June 24, 2026 8:01 PM
7
সোণাৰি মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ
চৰাইদেউ জিলা প্রশাসনে সোণাৰি মৰাণ পথৰ উন্নয়নৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা পৰ্য্যায়ৰ ভূমি ক্রয় সমিতিয়ে অসমমালা আঁচনিৰ তৃতীয় পৰ্য্যায়ত ভজো ৰেলৱে ক্ৰছিঙৰ পৰা জাজৰি পাঁচআলিলৈকে পথছোৱাৰ উন্নীতকৰণৰ বাবে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ভূমি ক্ৰয়ৰ জৰিয়তে অধিগ্ৰহণৰ সিদ্ধান্ত গ্র...