June 29, 2026 6:42 PM
14
গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্যপ্রযুক্তি বিভাগৰ গ্রীষ্মকালীন ইন্টার্ণশ্বিপ কার্যসূচীৰ শুভাৰম্ভ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্যপ্রযুক্তি বিভাগে আজি গ্রীষ্মকালীন ইন্টার্ণশ্বিপ কার্যসূচী ২০২৬ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্যপ্রযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ২৮০গৰাকী শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্ণিং, জেনে...