June 30, 2026 12:56 PM
30
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আর্থিক সাহায্য লাভ কৰিব : মুখ্যমন্ত্রী
পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আর্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি প্রকাশ কৰে। তেওঁ কয়, যে মধ্যবিত্ত বা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বাবে তিনি কিলোৱাট ক্ষমতা সম্পন্ন বিজুলী সংযোগৰ ক্ষেত্ৰত চৰকাৰে ৪৫ হজাৰ টকাৰ সাহায্য প্ৰদান কৰিব...