June 29, 2026 7:37 PM | CM fifa

printer

মুখ্যমন্ত্রী ফিফা ফেন পার্ক শীর্ষক বিশেষ পদক্ষেপ গ্ৰহণ

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্রী ফিফা ফেন পার্ক শীর্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেল-পথাৰত আজিৰেপৰা আৰু ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।