আঞ্চলিক সংবাদ

July 1, 2026 1:28 PM

views 44

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে এই দিৱস উদযাপন কৰে। এই উপলক্ষে বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, অভিনেত্রী চেতনা দাস, আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱনী বৰা আৰু আকাশবাণীৰ অনুষ্ঠানসমূহৰ প্ৰাক্তন মুৰব্বী দি...

July 1, 2026 1:08 PM

views 25

অৰুণাচলত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব

দুদিনীয়া উত্তৰ-পূব ভ্রমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্রীচৌহানে ক্ষতিগ্রস্ত লোকসকলক কৰা সাক্ষাৎক...

July 1, 2026 12:56 PM

views 16

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন

ফুটবল খেলক প্ৰসাৰিত আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে এক গোট হৈ খেল উপভোগ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পার্ক উদ্বোধন কৰা হয়৷ অসম পর্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফেন পার্ক স্থাপন কৰা হৈছে। মুখ্যমন্ত্রী ফিফা ফেন পার্কত ফুলব...

July 1, 2026 12:49 PM

views 20

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু

চিৰাং জিলাৰ গাৰুভাষাত কালি বজ্ৰপাতৰ ফলত দুজন যুৱক মৃত্যু হয়। মৃত যুৱক দুজন জেখনিয়া কিস্কু আৰু ইছাও টুডু বুলি জানিব পৰা গৈছে। এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

July 1, 2026 12:55 PM

views 19

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন প’ৰ্টেল পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন প’ৰ্টেল পুনৰ মুকলি কৰিছে। এই প'ৰ্টেলটো ৭ জুলাই পর্যন্ত মুকলি থাকিব আৰু ৯ জুলাই পর্যন্ত পঞ্জীয়নৰ মাচুল আদায় দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্প...

July 1, 2026 12:45 PM

views 24

ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৭ জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন

ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা ৭ জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ...

July 1, 2026 12:36 PM

views 28

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৪৮ চনৰ পহিলা জুলাইত আকাশবাণী শ্বিলং-গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মেহেৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল...

June 30, 2026 8:06 PM

views 17

ৰাজ্যৰ অবৈধ কাঠ ফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগৰ নিৰ্দেশ

ৰাজ্যৰ অবৈধ কাঠ ফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগে নিৰ্দেশ দিছে। চোৰাং বনাঞ্চল ধবংস ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে এই অভিযান কালি আৰম্ভ হৈছে। বন তথা পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত অবৈধ কাঠ ফলা কলসমূহ বন্ধ কৰাটো নিশ্চ...

June 30, 2026 7:05 PM

views 14

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ৫ জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্চ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ ...

June 30, 2026 7:02 PM

views 10

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। পঞ্চম দিনাৰ বাবে আদালতত উপস্থিত হোৱা অভিনেতাজনক আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই বিভিন্ন প্রশ্ন উত্থাপন কৰি জেৰা কৰে। ইয়াৰ পাছতে অভিযুক্ত গোস্বামীৰ অধিবক্ত...