পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আর্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি প্রকাশ কৰে। তেওঁ কয়, যে মধ্যবিত্ত বা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বাবে তিনি কিলোৱাট ক্ষমতা সম্পন্ন বিজুলী সংযোগৰ ক্ষেত্ৰত চৰকাৰে ৪৫ হজাৰ টকাৰ সাহায্য প্ৰদান কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সাহায্যৰ উপৰি ব্যক্তিগতভাবে দিবলগীয়া অংশ সুদ বিহীনভাৱে বেংকৰ পৰা ঋণ ল’ব পাৰিব।
Assamese | June 30, 2026 12:56 PM | PM Surya Ghar
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আর্থিক সাহায্য লাভ কৰিব : মুখ্যমন্ত্রী