September 23, 2026 7:38 PM
11
কলিয়াবৰ ৰাজহ চক্ৰৰ বামুনীৰ ভাটাবাৰী অঞ্চলৰ অর্ধশতাধিক পৰিয়ালৰ বাসগৃহ বানৰ কবলত
কাৰ্বি পাহাৰত যোৱা নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কলিয়াবৰ ৰাজহ চক্ৰৰ বামুনীৰ ভাটাবাৰী অঞ্চলৰ অর্ধশতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। বাঢ়নি পানীয়ে ভাটাবাৰী অঞ্চলত বাসগৃহৰ উপৰি খেতি পথাৰ আৰু পশুধনৰো ক্ষতি কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, অঞ্চলটোৰ বামুণী নিজৰি...