September 24, 2026 8:53 PM
7
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত আছে। ছিংগাপুৰৰ অসম এছ'ছিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে আজি দ্বিতীয় দিনা আদালতত সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ অধিবক্তাই অভিমন্য...