September 25, 2026 7:48 PM
10
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে নিৰ্বাচনী বিষয়াৰ মৰিগাওঁ জিলাত ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নগাওঁ জিলা আয়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়া আৰণ্যক শইকীয়া আৰু মৰিগাওঁ জিলা আয়ুক্ত সৃষ্টি সিঙে আজি যৌথভাৱে মৰিগাওঁ মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে। এই কেন্দ্ৰসমূহ নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাওঁ জিলাৰ অংশসমূহৰ বাবে নিৰ্ধ...