আঞ্চলিক সংবাদ

June 6, 2026 6:40 PM

views 35

ওপজা দিনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্রদ্ধার্ঘ্য নিবেদন ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ

স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী, স্বাধীনতা সংগ্রামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ওপজা দিন। ১৮৯০ চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভ...

June 6, 2026 6:32 PM

views 14

গোলাঘাটত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ ১ নম্বৰ দেৱানী আদালতৰ স্থগিতাদেশ জাৰী

গোলাঘাটৰ বীৰাগংনা সতীসাধনী কলাক্ষেত্ৰত কাইলৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ ১ নম্বৰ দেৱানী আদালতে স্থগিতাদেশ জাৰী কৰিছে। এটা গোচৰৰ আজি শুনানি গ্রহণ কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতে প্রতিনিধি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই বাধা আৰোপ কৰে। অনৈতিকভাৱে প্ৰতিন...

June 6, 2026 6:07 PM

views 27

বৰপেটা জিলা ক্রীড়া বিভাগৰ উদ্যোগত বিনামূলীয়া ফুটবল প্রশিক্ষণ শিবিৰ আৰম্ভ

বৰপেটা জিলা ক্রীড়া বিভাগৰ উদ্যোগত জিলাখনত তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ৰামৰায় ষ্টেডিয়ামত এটা বিনামূলীয়া ফুটবল প্রশিক্ষণ শিবিৰ আজি আৰম্ভ হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত গীতালি দুৱৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিৱিৰটো মুকলি কৰে। উদ্বোধনী অন...

June 6, 2026 6:04 PM

views 14

বাক্সাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতি সম্বন্ধীয় গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

বাৰিষাৰ সময়ছোৱাত সম্ভাব্য বান পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতি সম্বন্ধীয় এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনেই চাংছানৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত সকলো বিভাগৰ বিষয়ববীয়াসকলে প্ৰস্তুতিৰ লেখ দাঙি ...

June 6, 2026 6:02 PM

views 15

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুজন লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ আর্থিক সাহায্য প্রদান

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুজন লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে আর্থিক সাহায্য প্রদান কৰিছে। অলপতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত বগাজুলি কুমগুৰিৰ কৰ্টেং মুছাহাৰী আৰু আঙাৰকাটা শিমলিবাৰী গাঁৱৰ পাউলোচ বসুমতাৰীৰ বাসগৃহত বিটিচিৰ উপাধ্যক্ষ বিজি...

June 6, 2026 5:59 PM

views 13

লাচিত কুমাৰ দাসৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ৰ গোচৰ ৰুজু

তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত দাসৰ বিৰুদ্ধে ২২/২০২৬ নম্বৰত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে ৪৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ...

June 6, 2026 5:57 PM

views 15

বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ মাজত আজি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। এই চুক্তি অনুসৰি দুয়োটা প্রতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ ব...

June 6, 2026 4:46 PM

views 40

অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশন

অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে বাজেট গৃহীত হোৱাৰ পাছত ১ আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা ...

June 6, 2026 4:44 PM

views 33

তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত

তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্রশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা...

June 6, 2026 4:40 PM

views 18

ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা আৰম্ভ হ’ব

♦ ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কর্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শ‍ইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক ...