আঞ্চলিক সংবাদ

June 6, 2026 4:33 PM

views 37

অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি ওপজা দিন

♦ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি ওপজা দিন। এইগৰাকী প্ৰথিতযশা শিল্পীয়ে ১৯৫৯ চনত মুক্তি পোৱা নিপ বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাত জড়িত হৈ পৰিছিল। পৰৱৰ্তী সময়ত অর্থাৎ ১৯৬৯ চনত তেওঁ ড০ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীন...

June 6, 2026 4:00 PM

views 30

চলিত ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক হ’ব

চলিত ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক হ'ব। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক আৰু শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকললৈ ৰাজ্যিক শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ, এছ চি ই আৰ টিৰ ত...

June 6, 2026 3:10 PM

views 37

অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ১.৫০ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে

অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ১.৫০ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড° শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ ২ কোটি টকাৰ ভিত...

June 5, 2026 7:42 PM

views 30

কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লংকামুৰা- সীমান্ত আউট প’ষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্রহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে ...

June 5, 2026 7:27 PM

views 36

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা ২৮ জুনত পলিঅ’ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা ২৮ জুনত পলিঅ’ দিৱস উদযাপন কৰা হ’ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰে'লৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্রতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক...

June 5, 2026 5:49 PM

views 28

অসম মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ সম্পন্ন

♦ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্ৰীসকলক শপতবাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত এন ডি এ মিত...

June 5, 2026 1:10 PM

views 22

ছুপাৰিৰ সৰবৰাহ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ মিজোৰামৰ চাম্পাইৰ ৯টা স্থানত তালাচী

বিধি বলবৎকাৰী সঞ্চালকালয়ে ম্যানমাৰৰ পৰা বাৰ্মিজ ছুপাৰিৰ সৰবৰাহ আৰু ৯৭০ কোটি টকাৰো অধিক অপৰাধৰ উপাৰ্জনৰ ধন সৰবৰাহৰ সৈতে জড়িত এটা গোচৰ সন্দৰ্ভত মিজোৰামৰ চাম্পাইৰ ৯টা স্থানত তালাচী চলায় ।সংস্থাটোৱে জনোৱা মতে, তদন্তত প্ৰকাশ পাইছে যে ম্যানমাৰৰ নাগৰিকে জোখোৱাথাৰ আৰু চাম্পাইৰ জৰিয়তে শুল্ক নিষ্পত্তিৰ অব...

June 5, 2026 12:52 PM

views 21

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষণ ক্ষেত্ৰত ইকছপক এমাজন আৰু জি ই এম ডিজিটেল প্লেটফৰ্মত মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমগুৰি বাগান এলেকাত আজি বন বাঁহ ৰোপণ কৰে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষণ ক্ষেত্ৰই পৰিৱেশ দিৱসৰ ইতিবাচক চিন্তা হিচাপে স্থানীয় ইকছপক এমাজন আৰু চৰকাৰী ই-বজাৰ অৰ্থাৎ জি ই এম ডিজিটেল প্লেটফৰ্মত মুকলি কৰিছে। ইয়াৰ জৰিয়তে ...

June 5, 2026 12:50 PM

views 14

বনানিকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে উৰিয়ামঘাটত বিশেষ ব্যৱস্থা গ্ৰহণ

গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযানৰ পাছত মুকলি হোৱা দখলিকৃত অঞ্চলত বনানিকৰণ, পৰ্যটন আৰু নিবনুৱা সংস্থাপনৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ‍ ফুকনৰ নেতৃত্বত বিশেষ ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি ৰেংমা বনাঞ্চলত প্ৰায় ৫ হাজাৰ নাহৰপুলি ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে...

June 5, 2026 12:38 PM

views 17

কাছাৰৰ উধাৰবন্দৰ আৰকাটিপুৰত জিলা প্রশাসনৰ উচ্ছেদ অভিযান

কাছাৰৰ উধাৰবন্দৰ আৰকাটিপুৰৰ অবৈধভাৱে দখলিকৃত ভূমিত আজি জিলা প্রশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে আকাটিপুৰ আৰু দয়াপুৰ অঞ্চলত পুৱাৰে পৰা চলোৱা অভিযানত শতাধিক বাসগৃহ উচ্ছেদ কৰা হয়। উচ্ছেদ অভিযানত ২০ খনতকৈও অধিক বুলড'জাৰ ব্যৱহাৰ কৰা হৈছে। আমাৰ কাছাৰৰ সংবাদদাকাই জনোৱা মতে বৰাক উপত্যকাত ভাৰতমালা ...