June 4, 2026 7:48 PM
13
প্রধানমন্ত্রী সূর্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্রেষ্ঠত্ব অর্জন
প্রধানমন্ত্রী সূর্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্রেষ্ঠত্ব অর্জন কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। এই সম্মানে ২০৭০ চনৰ ভিতৰত শূন্য কার্বন নির্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক তৃৰান্বিত ...