আঞ্চলিক সংবাদ

June 4, 2026 10:32 AM

views 38

সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা

■ সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনামর্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত...

June 3, 2026 10:29 PM

views 36

ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এক কোটি গছপুলি ৰোপণৰ লক্ষ্য

♦ ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ ৩৫ লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ’ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানিকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন...

June 3, 2026 10:20 PM

views 10

আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে সংবাদমেল অনুষ্ঠিত

উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। কাছাৰ জিলা বিজেপিয়ে আজি শিলচৰত এই সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত এই দেৱানী বিধিৰ প্ৰকৃত তথ্যসমূহ জনসাধাৰণক অৱগত কৰোৱাৰ প্ৰয়াস কৰে। সংবাদমেলত হাইলাকান্দিৰ বিধায়ক ড০ মিল...

June 3, 2026 8:50 PM

views 44

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ড০ শৰ্মাই দেশৰ দ্রুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্...

June 3, 2026 8:16 PM

views 31

উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কার্যালয়ত সংবাদমেল অনুষ্ঠিত

উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কার্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। তামুলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশিষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্...

June 3, 2026 7:41 PM

views 25

তামুলপুৰ জিলাৰ কুমাৰপাৰাত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন

তামুলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বি টি চিৰ উপাধ্যক্ষ বিজিৎ‍ গৌড়া নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প...

June 3, 2026 7:32 PM

views 27

ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল-মূলৰ বিৰুদ্ধে খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ অভিযান

কৃত্ৰিমভাৱে পকোৱা ৩ কুইণ্টল আম জব্দ ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল-মূলৰ বিৰুদ্ধে অভিযান চলায়। জনসাধাৰণৰ স্বাস্থ্যৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অভিযান চলাই এখন দোকানত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা ৩ কুইণ্টল আম জ...

June 3, 2026 7:11 PM

views 28

ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত ‘এগ্রী মেপাৰ’ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্রশিক্ষণ কার্যসূচী

◊ ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্রী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কৃষি ব্যৱস্থাপনাৰ সফল ৰূপায়ণৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ বাবে জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সঞ্চালনা...

June 2, 2026 2:17 AM

views 23

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্রশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ...

June 2, 2026 2:02 AM

views 27

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক শ্বপ মুকলি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই-মার্কেট প্লেচত ইয়াৰ বহুল প্ৰচাৰিত ইক শ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ-বৈচিত্র্য সম্পর্কিত সামগ্রীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই-মার্ক...