আঞ্চলিক সংবাদ

June 1, 2026 10:25 PM

views 29

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অ...

June 1, 2026 10:10 PM

views 42

২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্রকাশ কৰে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্রতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূর্ব সফলতা অৰ্জন কৰিছে...

June 2, 2026 2:26 AM

views 25

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পূণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পূণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক-সংস্কৃতিৰ এইগৰাকী গৱেষকে ‘সুদীৰ্ঘ দিন আৰু ঋতু’ শীৰ্ষক কাব্য সংকলনৰ বাবে ১৯৮৩ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাৱী, হি...

January 24, 2026 9:56 PM

views 169

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীর্ষক এটি আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ কালত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ' শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্রহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্রতিনিধি অৰুণাভ হাজৰিক...

January 24, 2026 9:53 PM

views 150

আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান

আন্তর্জাতিক খ্যাতিসম্পন্ন সংগীত পৰিচালকদ্বয় জিতু-তপনক আজি আন্তৰিক আধাৰ সাধনা সন্মান ২০২৫ প্ৰদান কৰা হয়। এই উপলক্ষে আজি আবেলি গুৱাহাটীৰ দিশপুৰ ৰ পি. ডব্লিও. ডি. কনভেনশ্যন হলত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিতু-তপন যুটীৰ সংগীত পৰিচালক জিতু শৰ্মাই এই বঁটা গ্ৰহণ কৰে। শাৰীৰিক অসুস্থতাৰ বাবে তপন ...

January 24, 2026 9:49 PM

views 162

গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি অসমীয়া ভাষাৰ ছবি কক কক ককক, দক্ষিণ কোৰিয়াৰ ছবি এ পয়েট অৱ দা ৰিভাৰ আৰু মংগোলীয়ান ইফ অলি ...

January 24, 2026 9:44 PM

views 90

আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ চানমাৰী উৰণ সেতুখনৰ এটা পথৰ যান-বাহনৰ চলাচল বন্ধ

দিঘলীপুখুৰীৰ পৰা নুনমাটীলৈ নির্মীয়মান উৰণ সেতুখন চানমাৰী উৰণ সেতুৰ সৈতে সংযোগ কৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত উৰণ সেতুখনেৰে পৰৱৰ্তী ১৫ দিনলৈ যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰা হ'ব। মহানগৰ যান-বাহন আৰক্ষীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। সেই অনুসৰি আজি নিশাৰে পৰা পৰৱৰ্তী ১৫ দিনলৈ উৰণ সেতু...

January 24, 2026 9:40 PM

views 90

প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা ২৬ জানুৱাৰীত প্ৰকাশ পাব

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বিভাগৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৪,৫০০টা শিক্ষক পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ পৰীক্ষণ তালিকা পৰহিলৈ প্ৰকাশ পাব। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে আজি এই কথা ঘোষণা কৰিছে। তেওঁ লগতে প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া ২৮ জানুৱাৰীত আৰম্ভ হ'ব বুলি জা...

January 24, 2026 9:37 PM

views 87

দিল্লীত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুছকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য...

January 24, 2026 9:28 PM

views 98

নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০,৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ ৩০ হাজাৰ ৮০৬ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। নপ্তিপাৰাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জিলা আয়ুক্ত নিবেদন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উ...