আঞ্চলিক সংবাদ

June 7, 2026 6:35 PM

views 17

ৰাজ্য চৰকাৰে নিৰ্বাচনী প্রতিশ্রুতি অনুসৰি ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাবতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে

ৰাজ্য চৰকাৰে নিৰ্বাচনৰ প্ৰচাৰত দিয়া প্রতিশ্রুতি অনুসৰি ২ লাখ চৰকাৰী চাকৰি সৃষ্টিৰ বাবে যাবতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে সকলো প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি খালী থকা পদৰ বিতং তথ্য ১৭ জুনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে। নতুন ৰাজ্য চৰকাৰে প্রথমখন ...

June 7, 2026 6:26 PM

views 17

ৰাজ্যৰ নৱ নিযুক্ত মন্ত্রীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অর্পন

ৰাজ্যৰ নৱ নিযুক্ত মন্ত্রীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অর্পন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ টেলীক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজী, চৰণ বড়োক কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাওঁ,...

June 7, 2026 11:48 AM

views 25

প্রধানমন্ত্রী আবাস যোজনাৰ দ্বিতীয় সংস্কৰণ’ৰ অধীনত ১৬,৮১০টা ঘৰৰ অসম চৰকাৰৰ অনুমোদন লাভ

চাহ শ্রমিকক প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্রধানমন্ত্রী আবাস যোজনাৰ দ্বিতীয় সংস্কৰণ'ৰ অধীনত ১৬৮১০টা ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰিছে। উল্লেখযোগ্য যে বৰ্ষত কেন্দ্ৰীয় চৰক...

June 7, 2026 11:33 AM

views 35

তেজপুৰ লিচু উৎসৱৰ আজি সামৰণি

তেজপুৰত কালিৰে পৰা অনুষ্ঠিত লিচু উৎসৱৰ আজি সামৰণি পৰিব। কালি এই উৎসৱৰ অংশ হিচাপে কেইবাটাও কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অংশ লৈ সাংসদ ৰঞ্জিত দত্তই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্পেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ ৫২ লাখ টকা পর্যন্ত আর্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি জা...

June 7, 2026 11:13 AM

views 19

অসমক দেশৰ ৫ খন শীর্ষ ৰাজ্যৰ অন্যতম হিচাপে গঢ়ি তোলা সন্দর্ভত ১০০ গৰাকী জ্যেষ্ঠ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কমেও ১০০ গৰাকী সচিব তথা জ্যেষ্ঠ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বিকশিত অসমৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰূপৰেখা দাঙি ধৰাৰ লগতে বিভিন্ন বিভাগৰ মাজত সহযোগিতা, সমন্বয় আৰু উমৈহতীয়া উদ্দেশ্য লৈ কাম কৰাৰ মনোভাৱ সৃষ্টি কৰাৰ ওপৰত গ...

June 7, 2026 11:04 AM

views 35

ৰাজ্যত ২ আগষ্টত আৰম্ভ হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাৰ প্ৰস্তুতি সম্পন্ন

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্রথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাবতীয় কাম-কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে ১৩টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রই কেন্দ্রীয়ভাবে প্রশিক্ষণ গ্রহণ কৰাৰ পাছতে ৪৬ গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো...

June 7, 2026 10:54 AM

views 33

ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত অসম মন্ত্রীসভাৰ উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৫০০ কোটি টকা ধার্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ ২০ কি...

June 7, 2026 10:47 AM

views 34

ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত অসম মন্ত্রীসভাৰ উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৫০০ কোটি টকা ধার্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ ২০ কি...

June 6, 2026 7:56 PM

views 19

আকাশবাণীৰ ৯০বৰ্ষপূৰ্তি উপলক্ষে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ আজি ৰেডিঅ’ বিতৰণ

আকাশবাণীয়ে পৰহিলৈ ৯০ বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আজি ৰেডিঅ' বিতৰণ কৰে। সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আৰু সঞ্চালক ৰাহুল দেৱ বৰদলৈৱে জনোৱা অনুসৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ একালৰ শিল্পী প্রয়াত হৰিমাই বৰা আৰু প্ৰয়াত শুকুৰাম কোচৰ সোঁৱৰণত নগাঁৱৰ খুটীকটীয়া নিৱাসী জয়কান...

June 6, 2026 7:53 PM

views 14

কামাখ্যা ধামৰ প্ৰস্তাৱিত ক’ৰিডৰ নিৰ্মাণ সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাৰ বৈঠক

শক্তিপীঠ কামাখ্যা ধামলৈ প্ৰস্তাৱিত ক’ৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্র বিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামাখ্যা ধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা-সুবিধা বৃদ্ধিৰ সন্দ...