ৰাজ্যত ২ আগষ্টত আৰম্ভ হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাৰ প্ৰস্তুতি সম্পন্ন

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাবতীয় কাম-কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে ১৩টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রই কেন্দ্রীয়ভাবে প্রশিক্ষণ গ্রহণ কৰাৰ পাছতে ৪৬ গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্রশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি ৩ হাজাৰ ৪১৮ গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ’ব। এই বিষয়াসকলক পৰহিলৈৰ পৰা প্ৰশিক্ষণ দিয়া হ’ব।

উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জন গণনা প্রধানমন্ত্রী আবাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত অসমে ২২০ কোটি ১২ লাখ টকাৰ আৱণ্টন লাভ কৰাৰ লগতে ১৬,৮১০ টা ঘৰৰ অনুমোদন লাভ কৰিছে। আনহাতে ২৭ হাজাৰ ৫৪৪টা গৃহ অনুমোদন পর্যায়ত আছে। ইপিনে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ প্ৰদানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি কয়, যে এই গৃহ নির্মাণ আঁচনিখনে সমগ্র অসমতে স্থায়ী গৃহ প্ৰদানৰ লগতে গৃহহীন হিতাধিকাৰীসকলক উপকৃত কৰিব। বিগত বৰ্ষত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই তিনি লাখ ২৫ হাজাৰ ২৩৪টা প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ হিতাধিকাৰীক প্রদান কৰিছিল। কেন্দ্ৰই ২০২২ চনত অসমৰ বাবে পাঁচ লাখ গৃহৰ অনুমোদন জনাইছিল। সেই লক্ষ্য পূৰণ কৰাৰ পিছত চলিত বিত্তীয় কৰিব। এই প্রক্রিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্ব-গণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে ১৬টা ভাষাত তথ্য দিব পাৰিব।