August 2, 2026 7:12 PM

views 10

২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা আৰম্ভ

২০২৭ বৰ্ষৰ লোকপিয়লৰ স্ব-গণনা আজি আৰম্ভ হৈছে। এই স্ব-গণনা প্ৰক্ৰিয়াৰ অহা ১৬ আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্ব-গণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল ২০২৭ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্রক্রিয়াত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে se.census.gov.in পর্টেলত গৈ নিজৰ ম'বাইল নম্বৰ ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্রতিদিনে পুৱা ৬ ...

June 7, 2026 11:04 AM

views 35

ৰাজ্যত ২ আগষ্টত আৰম্ভ হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাৰ প্ৰস্তুতি সম্পন্ন

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্রথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত যাবতীয় কাম-কাজ চলি আছে। কামৰূপ জিলাতো লোকপিয়লৰ বাবে ১৩টা এলেকা গঠন কৰি কাম কৰি থকা হৈছে। মুখ্য লোকপিয়ল বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রই কেন্দ্রীয়ভাবে প্রশিক্ষণ গ্রহণ কৰাৰ পাছতে ৪৬ গৰাকী জিলা পৰ্যায়ৰ বিষয়াকো প্রশিক্ষণ দিয়া হৈছে। জিলাখনত ইয়াৰ উপৰি ৩ হাজাৰ ৪১৮ গৰাকী গণনাকাৰী বিষয়া নিয়োগ কৰা হ'ব। এই বিষয়াসকলক পৰহিলৈৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লো...