আঞ্চলিক সংবাদ

June 8, 2026 11:41 AM

views 38

কৃষিজাত আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে তেজপুৰৰ এক টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ

কৃষিজাত আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন প্ৰাধিকৰণ, এপেডাৰ জৰিয়তে জি আই টেগযুক্ত তেজপুৰৰ এক টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বার্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস...

June 8, 2026 11:29 AM

views 20

ফাষ্টট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আজি আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে ৪ জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত...

June 8, 2026 11:19 AM

views 27

ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্রমণসূচীৰে আজি অসম আগমণ

ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্রমণে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্রতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ...

June 7, 2026 8:44 PM

views 19

২ জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সন্মিলন

অহা ২ জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী ছানায়ে টাকাইচি ১ জুলাইত অসমত উপস্থিত হব। ২ জুলাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষি...

June 7, 2026 8:42 PM

views 18

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ’ এন জি চিৰ কেতবোৰ নীতিৰ বিৰোধিতা কৰি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিক সভা

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ' এন জি চি কেতবোৰ নীতিৰ বিৰোধিতা কৰি আজি শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত এখন নাগৰিক সভা অনুষ্ঠিত হয়। এই সভাত অ' এন জি চিত নিযুক্তি বন্ধ কৰা, লোকচানৰ অজুহাত দেখুৱাই তৈলক্ষেত্ৰসমূহ ব্যক্তিগত প্ৰতিষ্ঠানত অর্পন কৰা, শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাকে ধৰ...

June 7, 2026 7:19 PM

views 22

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। কবি, চলচ্চিত্র নির্মাতা আৰু নাট্যকাৰ হিচাপে প্রসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্র নির্মাণ কৰিছিল। ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত...

June 7, 2026 7:14 PM

views 14

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ’ব

ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈ আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে ৪ জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত...

June 7, 2026 6:53 PM

views 14

নগাওঁ জিলাত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্রতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্রদান

নগাওঁ জিলাৰ গ্ৰামাঞ্চলত ডিজিটেল লেনদেনৰ প্ৰক্ৰিয়া অধিক সৰল কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কালি জিলাখনৰ গ্ৰাম্য অর্থনীতি আগুৱাই নিয়াত ডিজিটেল ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বেংক প্রতিনিধি সখী আৰু ডিজিটেল লেনদেনকাৰী সখীসকলক একোটাকৈ লেপটপ প্রদান কৰে। এই বেংক সখীসকলৰ কাম-কাজত সহায়ক হোৱাকৈ ...

June 7, 2026 6:46 PM

views 23

মাজুলীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কার্যনির্বাহক সভা

মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ এখন গুৰুত্বপূৰ্ণ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়। এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, কর্মকর্তা তথা কার্যনির্বাহক সদস্যসকলে অংশগ্রহণ কৰে। সভাত সদৌ অসম কৰ্মচাৰী পৰ...

June 7, 2026 6:41 PM

views 19

নিম্ন আৰু উচ্চ প্রাথমিকৰ বড়ো, গাৰো, মণিপুৰি আৰু মাৰ মাধ্যমৰ বাবে ২৮ জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা

নিম্ন আৰু উচ্চ প্রাথমিকৰ বড়ো, গাৰো, মণিপুৰি আৰু মাৰ মাধ্যমৰ বাবে অহা ২৮ জুনত বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ অধিকাৰ প্ৰাপ্ত টেট সমিতিয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি পৰীক্ষাৰ্থীসকলে অহা ১২ জুনৰ পুৱা ১১ বজাৰ পৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.s...