June 8, 2026 12:57 PM
25
জখলাবন্ধাত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত বীজ সিঁচা পৰ্বৰ শুভাৰম্ভ
ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰৰ জখলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত কেৰিবাকৰি গাঁৱত কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত বীজ সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে। শালি ধানৰ বীস সিঁচা আৰু উন্নত জাতৰ তিতাকেৰেলাৰ বীজ ৰোপণ কাৰ্যসূচীত মন্ত্ৰী শ্ৰী মহন্তৰ লগতে কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱা, মহকুমা কৃষি বিষয়া ...