August 19, 2026 10:53 AM
15
কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা-যোৱা পথ বন্ধ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা-যোৱা পথ বা হস্তীদণ্ডি বন্ধ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্ত বিচাৰপীঠে ৰাজ্যসমূহলৈ এই নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নি শিখা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। ন্যায...