আঞ্চলিক সংবাদ

August 13, 2026 8:47 PM

views 8

লোকপিয়ল ২০২৭ৰ দায়িত্বত নিয়োজিত শিক্ষকক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্তৰ পত্ৰ প্ৰেৰণ

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰকাশন বিভাগে লোকপিয়ল ২০২৭ৰ দায়িত্বত নিয়োজিত শিক্ষকসকলক বদলি নকৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। লোকপিয়লৰ দায়িত্ব শেষ নোহোৱা পর্যন্ত গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষকসকলক একে ঠাইতে দায়িত্বত ৰখাৰ বাবে আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে লখিমপু...

August 13, 2026 8:44 PM

views 14

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্তৰ জামিন আবেদনৰ শুনানিৰ দিন ৩ ছেপ্তেম্বৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দুগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানিৰ দিন ৩ ছেপ্তেম্বৰ ধাৰ্য কৰিছে। ন্যায়াধীশ অঞ্জন মণি কলিতাৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত অভিযুক্তদ্বয়ৰ জামিনৰ সপক্ষে জ্যেষ্ঠ অধিবক্তা এ কে ভূঞাই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে ফাষ্টট্র...

August 13, 2026 8:34 PM

views 28

নতুূন দিল্লীত ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্রদান

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্রদান কৰে। বঁটা প্রাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্রেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্র দাসে ২০২৪ বৰ্ষৰ ব...

August 13, 2026 8:27 PM

views 19

ৰাজ্যত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ প্রস্তুতি

কোকৰাঝাৰ জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ প্রস্তুতি চলোৱা হয়। অহা ১৫ আগষ্টত হ'বলগীয়া পেৰেডৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ শিক্ষার্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথা...

August 13, 2026 8:19 PM

views 18

হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রীদামোদৰ দেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজন কৰা হৰ ঘৰ তিৰংগা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, যোৱা ৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্...

August 13, 2026 8:10 PM

views 31

অসম-অৰুণাচল সীমান্তৰ ঘটনা সন্দৰ্ভত কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে বৈঠক মন্ত্রী অতুল বৰাৰ

ধেমাজি জিলাৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱর্তী মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই ধেমাজিৰ বিধায়ক তথা মন্ত্রী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আ...

August 13, 2026 5:33 PM

views 17

খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলৰ ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডলৰ অঞ্চলৰ জনসাধাৰণ আৰু বিজেপিৰ সদস্যসকলে আজি সমাগত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু বিধায়ক চক্ৰধৰ গগৈও অংশ লয়। মন্ত্ৰী বিমল বৰাই স্বাধীনতাৰ ৮০ বছৰীয়া গৌৰৱময় ক্ষণত তিৰংগা পতাকাৰ মর্যাদ...

August 13, 2026 5:33 PM

views 12

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন

বিধানসভাৰ অধ্যক্ষ ৰণজিৎ দাসে আজি শেহতীয়া বানত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনী গাঁও পৰিদৰ্শন কৰে। শ্ৰী দাসে চুমনী গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সু...

August 13, 2026 5:28 PM

views 24

লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত লাভলীনা বৰগোঁহাইক সম্বর্ধনা জনায়। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনাই বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত ৰূপৰ পদক জয় কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ড০ শৰ্মাই লাভলীনাৰ সাফল্যৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩০ লাখ টকাৰ চেক প্ৰদান কৰে। খেলুৱৈগ...

August 13, 2026 5:23 PM

views 8

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ

শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বি চি টি ৰোডৰ প্ৰায় ৩৬ কিলোমিটাৰ অংশত পুনৰ যানবাহনৰ চলাচল আৰম্ভ হৈছে। পথছোৱাত নিৰাপদ যাতায়াতৰ পৰিৱেশ পুনৰ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত শোণিতপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধীকৰণে পূৰ্বৰ নিষেধাজ্ঞা তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য য...