আঞ্চলিক সংবাদ

September 18, 2026 12:22 PM

views 10

বান ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ

বান ক্ষতিগ্রস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকা প্রস্তুতৰ সময়সীমা প্রায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়নে বৃহস্পতিবাৰে ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্রস্তুত আৰু গৃহ পিয়লৰ সময়সীমা ৩১ অক্টোবৰলৈ বৃদ্ধি ...

September 18, 2026 12:14 PM

views 25

সেৱা সমর্পন মাহৰ অধীনত ৰাজ্যৰ ৮৩,২১৯ গৰাকী যুবক-যুবতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আর্থিক সাহায্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা সেৱা সমর্পন মাহৰ প্ৰথমটো কাৰ্যসূচী হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ৰাজ্যৰ ৮৩,২১৯ গৰাকী উদ্যমী যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আর্থ...

September 18, 2026 12:01 PM

views 56

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি জুবিন দিৱস পালনৰ লগতে ৰক্তদান শিবিৰৰ আয়োজন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষে...

September 18, 2026 11:47 AM

views 38

ৰাজ্যৰ বিভিন্ন প্রান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্রীশ্রীবিশ্বকর্মা পূজা পালন

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্বখনিকৰ শ্ৰীশ্ৰীবিশ্বকর্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্রান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপ সমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে প্ৰস্...

September 17, 2026 7:31 PM

views 12

নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন

সমগ্র বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্রয়োজন পুৰাবৰ বাবে নিজকে ক্রমান্বয়ে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন কৰি তেওঁ কয় যে গোলকীয় উৎপাদন প্রত্যাহ্বানসমূহৰ মুখামুখি হবলৈ দ...

September 17, 2026 7:21 PM

views 12

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁৱৰ বিষয়া-নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয়ত ভোটগ্রহণ বিষয়া আৰু নিৰ্বাচনী বিষয়াসকলৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্রশিক্ষণত ই ভি এম আৰু ভিভি পেট পৰিচালনাৰ লগতে নির্বাচন আয়োগে নির্ধাৰণ কৰা নীতি-নির্দেশনা আৰু নির্বাচনী প্র...

September 17, 2026 7:16 PM

views 10

কাছাৰৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্রহণ

দুদিনীয়া ভ্রমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্রহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক-যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃত...

September 17, 2026 7:02 PM

views 16

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিনত দেশজুৰি উচাহ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজি ৭৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্রীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হ...

September 17, 2026 6:33 PM

views 10

অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত ২৭জন বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই ২৭জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা ১২জন আৰু ৰে'ল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা ১৫জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদ মেলত সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক কুলেন্দ্র প্রসাদ ডেকাই কয় যে মেঘালয়ৰ ডাডকীৰ পৰা বা...

September 17, 2026 6:05 PM

views 16

জুবিন দিৱস পালনৰ অংশহিচাপে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশহিচাপে আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গার্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ ...