নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয়ত ভোটগ্রহণ বিষয়া আৰু নিৰ্বাচনী বিষয়াসকলৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্রশিক্ষণত ই ভি এম আৰু ভিভি পেট পৰিচালনাৰ লগতে নির্বাচন আয়োগে নির্ধাৰণ কৰা নীতি-নির্দেশনা আৰু নির্বাচনী প্রক্রিয়া সম্পর্কে ব্যৱহাৰিক প্ৰশিক্ষণ প্রদান কৰা হয়।
Assamese | September 17, 2026 7:21 PM | Election Training
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁৱৰ বিষয়া-নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ