September 17, 2026 7:21 PM

views 12

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁৱৰ বিষয়া-নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয়ত ভোটগ্রহণ বিষয়া আৰু নিৰ্বাচনী বিষয়াসকলৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্রশিক্ষণত ই ভি এম আৰু ভিভি পেট পৰিচালনাৰ লগতে নির্বাচন আয়োগে নির্ধাৰণ কৰা নীতি-নির্দেশনা আৰু নির্বাচনী প্রক্রিয়া সম্পর্কে ব্যৱহাৰিক প্ৰশিক্ষণ প্রদান কৰা হয়।

April 6, 2024 6:02 PM

views 57

মঙলদৈ জিলা পুথিভঁৰালত সূক্ষ্ম পর্যবেক্ষকৰ দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

সমাগত লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিভিন্ন প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচীসমূহ ৰাজ্যজুৰি অব্যাহত ৰখা হৈছে। এই উপলক্ষে মঙলদৈ জিলা পুথিভঁৰালত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই কাৰ্যসূচীত প্রশিক্ষণ দিয়া হয়। ইতিমধ্যে জিলাখনৰ দলগাঁও, মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্রহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হৈছে। ইফালে জিলাখনত ভোটদাতা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ...