আঞ্চলিক সংবাদ

September 19, 2026 9:20 PM

views 19

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদ...

September 19, 2026 6:28 PM

views 12

ৰাজ্যজুৰি জুবিন দিৱস পালন

  অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে...

September 19, 2026 10:50 AM

views 70

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি ৰাজ্যজুৰি জুবিন দিৱস পালন

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। গীতিকাৰ, সুৰকাৰ, অভিনেতা, সংগীত পৰিচালক,...

September 19, 2026 10:46 AM

views 13

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘জুবিন মনন’ শীর্ষক জুবিন গার্গবিষয়ক অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰ...

September 19, 2026 10:43 AM

views 38

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা ২৫জন প্ৰাৰ্থীৰ ৭জনৰ মনোনয়ন-পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দ্ৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা ন...

September 19, 2026 10:41 AM

views 23

নাগালেণ্ডৰ ছুম’কেডিমাৰ নাগা ইউনাইটেড ভিলেজত প্ৰথম উত্তৰ-পূৰ্বাঞ্চল শিক্ষা সন্মিলন, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

নাগালেণ্ডৰ ছুম’কেডিমাৰ নাগা ইউনাইটেড ভিলেজত কালিৰেপৰা প্ৰথম উত্তৰ-পূৰ্বাঞ্চল শিক্ষা সন্মিলন অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ আয়োজিত এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে – ‘ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০২০ ৰূপায়ণ : দৰ্শন, প্ৰত্যাহ্বান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে সুযোগ'। সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসম...

September 19, 2026 10:37 AM

views 30

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনীৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...

September 19, 2026 9:54 AM

views 26

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিংশ ৰোজগাৰ মেলাত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ ৪৫টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নৱ নিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰে'ল বিভাগ, গৃহ পৰিক্ৰম...

September 19, 2026 10:10 AM

views 37

জাপানৰ আইচি-নাগোয়াত এছিয়ান গেমছ; পালমা মিজুহো ষ্টেডিয়ামত উদ্ৱোধনী অনুষ্ঠান

জাপানৰ আইচি-নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পালমা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা চাৰি অক্টোবৰলৈ হ'বলগীয়া এই প্রতিযোগিতাত ভাৰতৰ ৫০০ তকৈও অধিক এথলীটে ৩৭টা ক্রীড়া ...

September 18, 2026 9:21 PM

views 14

জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰ...