আঞ্চলিক সংবাদ

June 9, 2026 7:23 PM

views 31

উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে

ৰবৰ ব’ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গুৱাহাটীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তগেছনে এই কথা সদৰি কৰে। শ্ৰীমতী চৌধুৰীয়ে কয় যে...

June 9, 2026 6:55 PM

views 33

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্রম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাওঁ পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান...

June 9, 2026 6:55 PM

views 15

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত বৰপেটাত উপস্থিত অশ্বিনী ৰায় চৰকাৰ

বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজত সামাজিক ন্যায় আৰু সৱলিকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাব্য বান পৰিস্থিতি পর্যালোচনা কৰাৰ লগতে আগতীয়আকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববী।য়াসকলৰ সৈতে ...

June 9, 2026 6:56 PM

views 19

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত নিচাযুক্ত সামগ্রীসহ ৩ জন লোকক গ্রেপ্তাৰ

মণিপুৰৰ সেনাপতি আৰু ইম্ফল পশ্চিম জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্রীসহ তিনিজন লোকক গ্রেপ্তাৰ কৰে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তর্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে কালি নিশা অভিযান চলাই এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অসমৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰ...

June 9, 2026 6:39 PM

views 10

স্বাধীনতা সংগ্রামী, জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন

স্বাধীনতা সংগ্রামী, জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বীৰছা মুণ্ডাৰ পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদর্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নির্দেশ কৰি থাকিব বুল...

June 9, 2026 6:34 PM

views 15

ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা

বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত আদর্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আযোজন কৰ...

June 9, 2026 6:19 PM

views 15

অসম মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভৰ পাছত বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ

ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা...

June 9, 2026 6:19 PM

views 21

উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ

উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কার্যবাহী সঞ্চালক শ্রী এম বসন্তগেছনে এখন সংবাদ মেল সম্বোধন ক...

June 9, 2026 6:11 PM

views 18

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প...

June 9, 2026 12:05 PM

views 26

অহা ২৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হব মানাহ ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা ২৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক ক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী-বিদেশী পৰ্যটকে ভীৰ কৰা পৰিলক্ষিত হৈছে।