অহা ২৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হব মানাহ ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা ২৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ’ব। ইয়াৰ প্ৰাক ক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী-বিদেশী পৰ্যটকে ভীৰ কৰা পৰিলক্ষিত হৈছে।