June 12, 2026 11:29 AM
17
অহা ৫ বছৰত ৪০ শতাংশ নিযুক্তি শিক্ষা খণ্ডত হ’ব বুলি শিক্ষামন্ত্রীৰ প্ৰকাশ
নির্বাচনী প্রতিশ্রুতি অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা ৫ বছৰত প্ৰদান কৰিবলগীয়া ২ লাখ নিযুক্তিৰ ভিতৰত ৪০ শতাংশ নিযুক্তি শিক্ষা খণ্ডত হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয়, যে অনাগত দিনত শিক্ষকতাৰ বাবে ডি ...