June 11, 2026 11:41 AM
18
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ফাষ্টট্ৰেক আদালত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্রদান কৰিব নোৱৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব । ইপিনে আজিৰ দিনটোত সাক্ষ্য...