আঞ্চলিক সংবাদ

June 10, 2026 6:50 PM

views 22

চি পি ৰাধাকৃষ্ণণৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ

ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ৰাজ্যসভাৰ সদস্যপদ ত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে ২০২১ চনত কং...

June 10, 2026 6:42 PM

views 18

আমিনগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ত অজন্তা নেওগৰ পর্যালোচনা সভা অনুষ্ঠিত

কামৰূপ জিলাৰ আমিনগাঁৱত আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্রী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁওৰ আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখ...

June 10, 2026 6:38 PM

views 17

বিনামূলীয়া পাঠ্যপুথি সৰ্ন্দভ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ২০২৭-২৮ শিক্ষাবৰ্ষ আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয় মুদ্ৰণ, পৰিবহণ আৰু বিতৰণ সংক্রান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা...

June 10, 2026 6:36 PM

views 18

বাক্সাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে চৰণ বড়োৰ আলোচনা

বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বড়োৱে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য আগাষ্টুচ টিা, বেগম আখতাৰা আ...

June 10, 2026 6:32 PM

views 17

চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিনামূলীয়া পৰিবহণ উদ্যম মুকলি

ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহণ উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস...

June 10, 2026 6:12 PM

views 12

চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত অসম CSR ROUND TABLE 2.0 শীর্ষক অনুষ্ঠান

ৰাজ্যৰ স্বাস্থ্য খণ্ডক অধিক উন্নত, প্রযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম CSR ROUND TABLE 2.0 শীর্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱ...

June 10, 2026 3:55 PM

views 19

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্রধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ ৩ কোটি ৫০ লাখ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ড০ শৰ্মাই কয় যে প্রধানমন্ত্ৰ মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ...

June 10, 2026 3:42 PM

views 21

দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ’ব

ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিছা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস...

June 10, 2026 3:00 PM

views 24

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন...

June 10, 2026 2:07 PM

views 28

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নগাঁও জিলাত কালি এই উপলক্ষে ১৬৬টা স্বাস্থ্য কেন্দ্র, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামুহিক স্বাস্থ্যকেন্দ্ৰ, এফ আৰ ইউ, মহকুমা অসামৰিক চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।