আঞ্চলিক সংবাদ

June 11, 2026 9:40 PM

views 22

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠক

সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰ...

June 11, 2026 9:33 PM

views 20

গোলাঘাটৰ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থী নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্রশাসন-শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

গোলাঘাট জিলাৰ চাহ বাগিছা অঞ্চলৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্রশাসন তথা শিক্ষা বিভাগৰ উদ্যোগত বিশেষ পদক্ষেপ লোৱা হৈছে। জিলাখনত চলিত বৰ্ষত ১১খন বিদ্যালয়ৰ বাবে সমগ্র শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে এই যাতায়াত সেৱ...

June 11, 2026 9:28 PM

views 17

চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত তেল আৰু প্ৰাকৃতিক গেছ নিগম, অইল ইণ্ডিয়া লিমিটেডৰ মুৰব্বী বিষয়াসকলৰ বৈঠক

চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আর্থ-সামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰব্বী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱ-নিৰ্বাচিত বিধায়কদ্বয়ৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ...

June 11, 2026 1:04 PM

views 21

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত যোৱা নিশা বন বিভাগ আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বোকাখাতৰ জিন্টু ওৰাং আৰু কাৰ্বি আংলঙৰ সৰ্বাং ৰংহাং ...

June 11, 2026 1:02 PM

views 26

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষৰ তৎপৰতা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষাকালৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যান কৰ্তৃপক্ষই তৎপৰতা চলাইছে। বন্যপ্ৰাণীৰ সুৰক্ষা আৰু জৰুৰী চিকিৎসা সেৱা নিশ্চিত কৰাৰ বাবে কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়খন সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। চিকিৎ‍সালয়খনে এইক্ষেত্ৰত ১৯৬২ বিশেষ হেল্পলাইন নম্বৰ মুকলি ক...

June 11, 2026 1:00 PM

views 22

দৰং জিলাৰ বেছিমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান

দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে অভিযানকালত দীর্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে গঢ়ি তোলা দোকান-পোহাৰ উচ্ছেদ কৰে। পথৰ কাষৰ ভূমিত এনেদৰে দোকান-পোহাৰ গঢ়ি উঠাত অঞ্চলটোত দীর্ঘদিনে দৈনিক তীব্ৰ...

June 11, 2026 12:57 PM

views 26

ৰাজ্যৰ ঠাই বিশেষে পৰৱৰ্তী দুদিনত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত ৰাজ্যৰ ঠাইবিশেষে বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে অহা দুই-তিনিদিনত ৰাজ্যৰ অধিকাংশ ঠাইত পাতলীয়াৰ পৰা মজলীয়া আৰু পশ্চিম তথা দক্ষিণ প্ৰান্তৰ জিলাসমূহৰ কোনো কোনো ঠাইত ধাৰাসাৰ বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত ঠাই বি...

June 11, 2026 12:55 PM

views 19

সীমান্তত তেল আৰু গেছৰ অন্বেষনৰ বাবে অসম আৰু নাগালেণ্ডৰ মাজত ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

অসম-নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষনৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰ্যালয়ত এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', ক...

June 11, 2026 11:46 AM

views 27

ডিব্ৰুগড় চহৰত যান-বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি

ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যান-জঁটৰ সমস্যা আৰু আমোলাপট্টি উৰণ সেতু তথা মানকটা ৰোডৰ ৰে'লৱে অভীৰব্ৰীজ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান-বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰৰ ভিতৰতভাগত গধ...

June 11, 2026 11:44 AM

views 30

গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ’ব বুলি পদ্মপাণি বৰাৰ প্ৰকাশ

অসম দেশৰ কনচাৰ্ট অর্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটনখণ্ডৰ লগতে বিভিন্নখণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পর্যটন উন্নয়ন নিগম, বুক মাই শ্ব’ আৰু ই-ৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।