আঞ্চলিক সংবাদ

June 12, 2026 12:51 PM

views 23

অচ্যুত লহকৰৰ আজি দশম মৃত্যু বার্ষিকী উপলক্ষে পাঠশালাত বিশেষ কাৰ্যসূচীৰ আয়োজন

ভ্ৰাম্যমান থিয়েটাৰৰ সৃষ্টিকর্তা অচ্যুত লহকৰৰ আজি দশম মৃত্যু বার্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্রিয় গণমাধ্যম ভ্রাম্যমান থিয়েটাৰৰ জনক লহকৰৰ মৃত্যু তিথি উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰায় ৬০বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন...

June 12, 2026 12:46 PM

views 30

শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত, অসমৰ লোক সংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে ১৯৬৫ চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম...

June 12, 2026 12:44 PM

views 18

ৰাজ্য চৰকাৰৰ বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী সকলৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান

ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সু-শাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি...

June 12, 2026 12:00 PM

views 24

বিশিষ্ট সমাজকর্মী ইন্দ্ৰ শৰ্মা শিৱাকোটিৰ দেহাৱসান

ওদালগুৰি জিলাৰ শুক্লাই নিবাসী বিশিষ্ট সমাজকর্মী ইন্দ্ৰ শৰ্মা শিৱাকোটিৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। শুক্লাইখুটি প্রাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ইন্দ্ৰ শৰ্মাই অঞ্চলটোৰ কেইবাটাও সংঘ, সমবায় সমিতি আৰু শৈক্ষিক প্ৰতিষ্ঠান স্থাপন সৈতে জড়িত আছিল। ভাষা আ...

June 12, 2026 11:54 AM

views 23

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা অসমত শান্তিচুক্তিৰ এটা দশক শীর্ষক আলোচনা প্ৰচাৰ

আকাশবাণী বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত অসমত শান্তিচুক্তিৰ এটা দশক শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী...

June 12, 2026 11:51 AM

views 20

ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন অশোক সিংহলৰ

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্রী অশোক সিংহলে কালি জিলাখনৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্রিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সীমান্তৱৰ্তী ভোগদাংগা গাঁৱৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ পূৰণৰ আশ্বাস দিয়ে। শ্ৰী সিংহলে বি এছ এফৰ শীর্ষ বিষয়...

June 12, 2026 11:45 AM

views 30

ড° পূর্ণিমা দেৱী বৰ্মনক ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত

হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ড° পূর্ণিমা দেৱী বৰ্মনক ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্রায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্রণী ভূমিকাৰ স্বীকৃতি স্বৰূপে ড° বর্মনক নেচনেল জিঅ'গ্ৰাফিক ছ’চাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা...

June 12, 2026 11:42 AM

views 23

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শর্মীলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল দুজন সাক্ষীৰহে সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাবৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বিৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত...

June 12, 2026 11:34 AM

views 26

৬ জুলাইত ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন ৬ জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে বাজেট প্রস্তুতক লৈ তৎপৰ হৈ পৰা শ্ৰী মল্লবৰুৱাই কালি দিছপুৰত এখন প্রা...

June 12, 2026 11:31 AM

views 22

৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ শিক্ষা বিভাগ

শিক্ষা বিভাগে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে। প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এই স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।