আঞ্চলিক সংবাদ

June 12, 2026 7:11 PM

views 22

‘‘মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পর্কে বেছিভাগ মহিলাই অৱগত নহয়’’-নগাওঁ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্রশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নগাওঁ জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি কয় যে মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ...

June 12, 2026 7:22 PM

views 18

পশ্চিম কাৰ্বি আংলং জিলাত ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সহযোগত হামৰেনৰ ডনবস্ক’ত অনুশীলন কাৰ্যসূচী ৰূপায়ণ

পশ্চিম কাৰ্বি আংলং জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত তথা অগ্নি নির্বাপন আৰু জৰুৰীকালীন সেৱা তথা ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনীৰ সহযোগত আজি হামৰেনৰ ডনবস্ক’ত অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুৰ্যোগৰ বাবে প্ৰস্তুতি, সুৰক্ষা ব্যৱস্থা, জৰুৰীকালীন সহাৰিৰ পদ্ধতি আৰু প্ৰস্তুতিৰ কৌশলৰ বিষয়ে সজাগতা স...

June 12, 2026 6:49 PM

views 15

গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। পৰীক্ষাৰ বাবে ছাত্ৰীগৰাকীয়ে পাণ্ডু মহাবিদ্যালয়লৈ দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাতে এই কৰুণ দুর্ঘটনাটো সংঘটিত হয়। স...

June 12, 2026 6:29 PM

views 20

বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবার্ষিকী উপলক্ষে আজি বড়োলেণ্ডত ৩৯ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন

বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবার্ষিকী উপলক্ষে আজি বড়োলেণ্ডত ৩৯ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ দায়াবাৰীত নৱনিৰ্মিত এটা ভৱন মুকলি কৰা হয়। শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী কেন্দ্ৰৰূপে এই ভৱনৰ নামকৰণ কৰা হয়।

June 12, 2026 6:39 PM

views 24

হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড° পূর্ণিমা দেৱী বৰ্মন ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত

প্রকৃতি সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা তথা হাড়গিলা বাইদেউ হিচাপে পৰিচিত ড° পূর্ণিমা দেৱী বৰ্মনক ২০২৬ বৰ্ষৰ WAY FINDER বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্তপ্রায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্রণী ভূমিকাৰ স্বীকৃতি স্বৰূপে ড° বর্মনক নেচনেল জিঅ'গ্ৰাফিক ছ’চাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান ...

June 12, 2026 6:23 PM

views 23

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূর্ণভাৱে ...

June 12, 2026 6:27 PM

views 20

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। দিৱস উপলক্ষে ধেমাজি মটৰ শ্রমিক ই-ৰিক্সা সন্থ...

June 12, 2026 6:15 PM

views 14

বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে

ৰাজ্য চৰকাৰৰ শিক্ষা, জনজাতি পৰিক্রমা, তথ্য প্রযুক্তি বিভাগ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰে। ভ্ৰমণ কালত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। জিলা আয়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই বৈঠক মন্ত্র...

June 12, 2026 6:06 PM

views 21

অসম চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছত কাম-কাজৰ খতিয়ান

ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সু-শাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি...

June 12, 2026 4:51 PM

views 23

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ উদ্দেশ্যে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব। মন্ত্ৰী শ্ৰী গাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।