বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰীৰ মৃত্যুবার্ষিকী উপলক্ষে আজি বড়োলেণ্ডত ৩৯ সংখ্যক বড়োলেণ্ড শ্বহীদ দিৱসৰ আয়োজন কৰা হয়।
শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ দায়াবাৰীত নৱনিৰ্মিত এটা ভৱন মুকলি কৰা হয়। শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী কেন্দ্ৰৰূপে এই ভৱনৰ নামকৰণ কৰা
হয়।