আঞ্চলিক সংবাদ

June 12, 2026 8:04 PM

views 24

ডিব্ৰুগড় জিলাতো বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস পালন

বিশ্ব শিশু শ্রমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, জিলা শিশু সুৰক্ষা গোট, চাইল্ডলাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন চাহ ...

June 12, 2026 8:01 PM

views 20

ধেমাজি জিলাত বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্রম বিৰোধী দিৱস উদযাপন কৰা হয়৷ ধেমাজি জিলা শ্রম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। [video width="848" height="478" mp4="https:/...

June 12, 2026 7:48 PM

views 29

ৰাজ্যৰ শ্ৰম বিভাগৰ অভিযান গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ

শিশু শ্রমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ৭ গৰাকী শিশু, কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে ছয়মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত ৩ গৰাকী কিশোৰীসহ এটি শিশু শ্রমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আ...

June 12, 2026 7:49 PM

views 20

অভিভাৱক মন্ত্ৰী দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহলৰ ধুবুৰী জিলা পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভি...

June 12, 2026 7:38 PM

views 16

মেঘালয়ৰ দামালগ্ৰী অঞ্চলত হাটশিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা সময়ত মেঘালয় আৰক্ষীৰ ৫ জন বাংলাদেশী নাগৰিকক আটক

মেঘালয়ৰ দামালগ্ৰী অঞ্চলত হাটশিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা সময়ত এখন ভাৰাতীয়া বাহনৰ পৰা মেঘালয় আৰক্ষীয়ে পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰে। মেঘালয় আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত পাহাৰীনগৰ নাকা দলে সন্দেহবশতঃ সোধা-পোছা কৰা লোককেইজন বাংলাদেশী নাগৰিক বুলি আৰক্ষী নিশ্চিত হয় আৰু ...

June 12, 2026 7:44 PM

views 18

মৰিগাঁৱত অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ’ প্ৰতিষেধকৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ আন ঠাইৰ লগতে মৰিগাওঁ জিলাতো অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই সন্দৰ্ভত মৰিগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত এই অভিযানৰ প্ৰস্তুতি ...

June 12, 2026 7:24 PM

views 27

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস

আজি বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস। শিশুসকলক শ্রমিক হিচাপে ব্যৱহাৰ কৰা কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাই ২০০২ চনৰ পৰা এই দিৱসৰ ঘোষণা কৰে। তেতিয়াৰে পৰা প্ৰতি বছৰে আজিৰ দিনটো বিশ্ব শিশু শ্রমিক বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। ...

June 12, 2026 7:30 PM

views 10

শ্রীভূমি জিলাতো বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন

শ্রীভূমি জিলাতো বিশ্ব শিশু শ্রম বিৰোধী দিৱস পালন কৰা হয়। এই উপলক্ষে শ্রম বিভাগৰ ফালৰ পৰা শ্রীভূমি চহৰত শিশু শ্রম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয়। শ্রম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা উডিচিৰ সহযোগিতাত শ্রীভূমি চহৰৰ বিভিন্ন স্থানত সজ...

June 12, 2026 7:10 PM

views 28

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আমিনগাওঁৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভা অনুষ্ঠিত

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি আমিনগাওঁৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চামচনে সভাপতিত্ব কৰা সভাত ভূ-অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কার্তিক এন উপস্থিত...

June 12, 2026 7:06 PM

views 21

গুৱাহাটী মহানগৰীৰ যানবাহন আৰক্ষীয়ে যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে

গুৱাহাটী মহানগৰীৰ যানবাহন আৰক্ষীয়ে যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যিক সজাগ কৰাৰ উদ্দেশ্যে আজি পানবজাৰত আয়োজিত এখন সংবাদ মেলত উপ-আৰক্ষী আয়ুযক্ত জয়ন্ত সাৰথি বৰাই কয় যে অসম আৰক্ষী বা গুৱাহাটীৰ যান-বাহন আৰক্ষী ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয়, ৰাইজক সজাগ কৰাৰ বাবেহে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।