আঞ্চলিক সংবাদ

June 13, 2026 7:29 PM

views 20

পৱণ খেড়াক অহা ৩ জুলাইত হাজিৰ হ’বলৈ চমন জাৰি মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ

গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা পৱণ খেড়াক অহা ৩ জুলাইত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ৰুজু কৰা এটা গোচৰৰ ভিত্তিত অপৰাধ শাখাই কংগ্ৰেছ নেতাজনক পুনৰ সোধাপোচাৰ বাবে হাজিৰ হ'বলৈ চমন জাৰি কৰিছে। উল্লেখযোগ্য যে, কংগ্ৰেছ...

June 13, 2026 7:22 PM

views 23

ঋষিৰাজ হাজৰিকাৰ বগলীজান এলেকাৰ মূল পথটোৰ পকীকৰণ কামৰ শুভাৰম্ভ

ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি বগলীজান এলেকাৰ মূল পথটোৰ পকীকৰণ কামৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ৮৮ লাখ ৮৩ হাজাৰ টকা ব্যয় সাপেক্ষে এহেজাৰ ৩৪১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰা হ'ব। এই পথছোৱাই বগলীজান আৰু গুবৰিখালীবাসী জনসাধাৰণৰ বাবে যাতায়াত ব্যৱস্থা সূচল...

June 13, 2026 7:41 PM

views 19

ধীৰাজ সেঠক পৰৱৰ্তী স্থল সেনাধ্যক্ষ হিচাপে নিয়োগ

চৰকাৰে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক অহা ৩০ জুনৰ বিয়লিৰ পৰা বলবৎ হোৱাকৈ পৰৱৰ্তী ছীফ অৱ দ্যা আর্মী ষ্টাফ হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে বৰ্তমানৰ ছীফ অৱ দ্যা আর্মী ষ্টাফ জেনেৰেল উপেন্দ্ৰ দ্বীবেদীয়ে একেদিনাই অৱসৰ গ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় প্...

June 13, 2026 6:49 PM

views 16

যোৰহাটত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ সভা অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত জিলা পানী আৰু অনাময় মিছনৰ এখন সভা অনুষ্ঠিত হয়। জিলাখনত ৰূপায়ণ হৈ থকা জলজীৱন মিছন আৰু স্বচ্ছভাৰত মিছন গ্রামীণৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আঁচনি কেইখনৰ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয়। এই সভাত যোৰহাট জিলা পৰ...

June 13, 2026 6:45 PM

views 20

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে ...

June 13, 2026 6:42 PM

views 30

ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত

ৰাজ্যৰ বিভিন্ন অংশত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীয়ে যোৱা নিশা ছাগলচৰাৰ এখন গোলামাল দোকানত তালাচী চলাই বুজন পৰিমাণৰ মাদকদ্রব্য, এয়াৰ গান, দুটা ম'বাইল আৰু নগদ ধন জব্দ কৰে। আৰক্ষীয়ে এই ঘটনা সংক্রান্তত ফাটেজুল হুছেইন আৰু শ্বাহীন খান নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছ...

June 13, 2026 6:58 PM

views 22

ডিব্ৰুগড়ত প্রবুদ্ধ নাগৰিক সন্মিলনত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত প্রবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশত বিগত ১২ বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা বিকাশ আৰু উন্নয়নৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ...

June 13, 2026 7:01 PM

views 20

যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত

যোৰহাটৰ ৰৰৈয়াৰ বায়ুসেনা ঘাটিত আজি পুৱা বায়ুসেনাৰ AN-32 শ্ৰেণীৰ এখন পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হয়। যোৰহাটস্থিত ৪৩ নম্বৰ স্কোৱাৰ্ডনৰ বিমানখনত নিয়মীয়া ঊৰণৰ সময়ত অৱতৰণ কৰিবলৈ লওতে বিস্ফোৰণ ঘটে আৰু বিমানখনত জুই লাগে। দুর্ঘটনাটোত বায়ু সেনাবাহিনীৰ পাঁচজন জোৱান স্কোৱাড্রন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট...

June 13, 2026 6:05 PM

views 34

অহা এক জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে অহা ১ জুলাইৰ পৰা বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্রাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্...

June 13, 2026 1:45 PM

views 26

লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্প্রতি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আৰু প্ৰশাসনিক বিষয় লৈ আলোচনা হোৱাৰ সম্ভাবনা আছে। বৈঠকত বিশেষকৈ জনকল্যাণমূলক আঁচনি, উন্নয়নমূলক প্রকল্প আৰু প্ৰশাসনিক বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।