মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্প্রতি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আৰু প্ৰশাসনিক বিষয় লৈ আলোচনা হোৱাৰ সম্ভাবনা আছে। বৈঠকত বিশেষকৈ জনকল্যাণমূলক আঁচনি, উন্নয়নমূলক প্রকল্প আৰু প্ৰশাসনিক বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ড° শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ এইখন তৃতীয়খন বৈঠক।
Assamese | June 13, 2026 1:45 PM | assam cabinet
লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক