September 25, 2026 11:32 AM

views 26

ৰাজ্যিক বিত্তীয় সাহায্য সম্পর্কীয় নির্দেশনাৱলী আৰু ইয়াৰ আনুসংগিক বিত্তীয় ব্যৱস্থাত মন্ত্ৰীসভাৰ অনুমোদন

কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যত কৃষক বা কৃষি উদ্যমীয়ে আদায় দিবলগীয়া ধনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজ্যিক বিত্তীয় সাহায্য সম্পর্কীয় নির্দেশনাৱলী আৰু ইয়াৰ আনুসংগিক বিত্তীয় ব্যৱস্থাত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা কেবিনেটে অনুমোদন জনায়। সেইমর্মে এফ পি অ' অর্থাৎ কৃষক উৎপাদক সংগঠক, এফ পি চি অর্থাৎ কৃষক উৎপাদক কোম্পানী, পি এ চি এছ অর্থাৎ প্রাথমিক কৃষি ঋণ সমিতি আৰু সমবায় সমিতিসমূহৰ বাবে বাধ্যতামূলক ১০ শতাংশ প্রমোটাৰৰ অংশীদাৰী মূলধনৰ সম্পূৰ্ণ পৰিমাণ ৰাজ্য চৰকাৰে বহন কৰিব। আনহাতে, ব্যক্তিগত হিতা...

September 8, 2026 11:41 AM

views 17

অসম সেউজ উপকৰ নীতিত ৰাজ্য চৰকাৰৰ অনুমোদন

ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন খণ্ডত সেউজ উপকৰ আৰোপৰ বাবে অসম সেউজ উপকৰ নীতি, ২০২৬ৰ পৰিকাঠামোত অনুমোদন জনাইছে। ইয়াৰ অধীনত শিলৰ কুৱেৰি, ইটাভাটা, আমদানি কৰা কাঠ আদিত সেউজ উপকৰ আৰোপৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ১৩ জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ...

September 7, 2026 7:32 PM

views 10

দিছপুৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্রীসভাৰ বৈঠক

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্রীসভাৰ বৈঠক অনুষ্ঠিত হয়। মন্ত্রীসভাৰ বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে মুখ্য সচিব ড০ ৰবি কোটা উপস্থিত থাকে। মন্ত্রীসভাৰ এই বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হয়। মন্ত্রীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শৰ্মাই সংবাদমেল সম্বোধন কৰে। বৈঠকত চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৭ বৰ্ষৰ ১৩ জানুৱাৰীলৈ খেল মহাৰণ আৰু শিশু খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১২ বছৰ অনুৰ্ধৰ শিশুসকলৰ বাবে শিশু খেল মহাৰণ অনুষ্ঠিত হ...

August 19, 2026 10:48 AM

views 39

অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি ২০২৬ ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন

ৰাজ্যিক মন্ত্রীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি ২০২৬৩ অনুমোদন জনায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন ২০১৫ আৰু পকছ’ নীতি ২০২০ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয়, যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।      ...

July 26, 2026 11:12 AM

views 32

আয়ুর্বেদিক স্বাস্থ্য সেৱা বিধি ২০২৬ত অসম মন্ত্ৰীসভাৰ অনুমোদন, আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ

ৰাজ্যিক মন্ত্রীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ ১০ লাখ টকা পর্যন্ত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ড০ শর্মাই কয় যে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নির্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্রামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিৰ্জাভ বেংকৰ নিয়ন্ত্রণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ১০ লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম শুল্ক ৰেহাই দিয়া হ'ব। মন্ত্রীসভাই আয়ুর্বেদিক স্বাস্থ্য সেৱা বিধি ২০২৬ত অনুমোদন জনায়। এই বিধিয়ে...

July 25, 2026 10:09 PM

views 19

দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত চলিত বিত্তীয় বৰ্ষৰ বাজেটত প্ৰস্তাৱিত কেইবাটাও বিষয় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি চলিত বিত্তীয় বৰ্ষৰ বাজেটত প্ৰস্তাৱিত কেইবাটাও বিষয় কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হয়। কেবিনেটে ৰাজ্যখনৰ আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ ১০ লাখ টকা পর্যন্ত ষ্টাম্প ডিউটী ৰেহাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে।  আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰি চিকিৎসক হিচাপে নিয়োজিতসকলৰ সুবিধার্থে আজি মন্ত্ৰীসভাই নতুন সেৱা বিধিত অনুমোদন জনায়। অহা মাহৰ পৰা চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া ধৰণে ৰেচন কাৰ্ডৰ বিপৰীতে দাইল আৰু চেনি দ...

July 11, 2026 10:56 AM

views 32

ৰাজ্যিক মন্ত্রীসভাত শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক মন্ত্রীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যবস্থা, সুশৃংখলিত ভূমি প্রশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। মন্ত্রীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উৰণ সেতু নির্মাণৰ বাবে ৪৭৪ কোটি ২৫ লাখ টকাৰ প্রশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্রদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্রীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্রাদেশিকীকৰণ আইন, ২০১১ আৰু ২০১৩ চনৰ সংশোধিত ব্যৱস্থ...

July 6, 2026 11:47 AM

views 26

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্রীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্রীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্রশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত কয়, যে অসম আৰক্ষীৰ ১১২ নম্বৰ সেৱাৰ আধুনিকীকৰণৰ বাবে ৯৭ কোটি ৯০ লাখ টকা প্রদানত অসম মন্ত্রীসভাই অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আৰক্ষী, অগ্নিনির্বাপক আৰু স্বাস্থ্য বিভাগৰ মাজত সমন্বয় সুদৃঢ় কৰি ২৪ ঘণ্টাই জনসাধাৰণক জৰুৰ...

June 24, 2026 1:11 PM

views 48

অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত ঔদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হ'ব। ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপ...

June 24, 2026 2:05 PM

views 31

ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধ্যতাৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত উদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হব। ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপা...