আঞ্চলিক সংবাদ

June 14, 2026 12:32 PM

views 23

শক্তিপীঠ কামাখ্যা দেৱালয়ত ২২ জুনৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কর্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্রবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্...

June 14, 2026 12:29 PM

views 25

দেশ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশ অগ্ৰসৰ হোৱা বুলি কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা মন্ত্রী জুৱেল ওৰামৰ প্রকাশ

দেশ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতবৰ্ষ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ দিশ অগ্ৰসৰ হোৱা বুলি কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা মন্ত্রী জুৱেল ওৰামে প্রকাশ কৰে। ডিব্ৰুগড়ত কালি প্রবুদ্ধ নাগৰিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত বিশদ পৰিকল্পনা যুগুটাই উলিয়াইছে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰ...

June 14, 2026 12:16 PM

views 26

অসমৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন-জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্র অ...

June 14, 2026 12:12 PM

views 17

কামৰূপ মহানগৰ জিলা অভিভাৱক মন্ত্রী অতুল বৰাই জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম-কাজৰ পর্যালোচনা কৰে

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী তথা কামৰূপ মহানগৰ জিলা অভিভাৱক মন্ত্রী অতুল বৰাই কালি জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ কাম-কাজ পর্যালোচনা কৰে। জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজৰ খতিয়ান লয়। তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰৰ উন্নয়নমূলক ...

June 14, 2026 11:54 AM

views 21

বিশ্বজুৰি ৰক্তদানৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব ৰক্তদাতা দিবস পালন

আজি বিশ্ব ৰক্তদাতা দিবস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰ আয়ো...

June 14, 2026 11:47 AM

views 27

ৰাজ্য চৰকাৰে ১৬ আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়সকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ১৬ আগষ্টৰ পৰা গুৱাহাটীত পদপথৰ ব্যৱসায়সকলৰ সৰ্বাত্মক জৰীপ চলাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। গুৱাহাটীৰ বাজপেয়ী ভৱনত কালি সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত ড০ শৰ্মাই কয়, যে এই জৰীপৰ সৰু দোকান ক্ষুদ্র প্রতিষ্ঠানকে ধৰি পদপথৰ সকলো ব্যৱসায়ীক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে...

June 14, 2026 11:39 AM

views 25

শিলিগুড়ি-শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

শিলিগুড়ি-শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ ১২ বছৰীয়া সফল কার্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী ড০ শৰ্মাই এই কথা প্রকাশ কৰে। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উ...

June 14, 2026 11:25 AM

views 32

লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে মন্ত্রীসভাই লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশে পাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্রকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগ...

June 14, 2026 11:19 AM

views 31

ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি অসম মন্ত্রীসভাৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। এই অনুসৰি ভৱিষ্যতে ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্রদান কৰিবলগীয়া হ'লে জিলা আয়ুক্...

June 13, 2026 7:32 PM

views 13

এলভিছ আলী হাজৰিকাসহ ৪ জন সাঁতোৰবিদৰ আৰৱ সাগৰত ১৩০০ কিলোমিটাৰ সাতোঁৰৰ লক্ষ্য নিৰ্ধাৰণ

আন্ত:ৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সৌৰভ এলভিছ আলী হাজৰিকাসহ ৪ জন সাঁতোৰবিদে আৰৱ সাগৰত ১৫ দিনত দিনে-নিশাই ১৩০০ কিলোমিটাৰ সাতোঁৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা ঘোষণা কৰি আন্ত:ৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই কয় যে ১৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইৰপৰা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।