আঞ্চলিক সংবাদ

June 14, 2026 7:56 PM

views 16

৫ জুলাইৰ পৰা ১২ জুলাইলৈ সদৌ অসম ভিত্তিত একাদশ বার্ষিক গ্রীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চর্চা কৰ্মশালা

গুৱাহাটীৰ এটা সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৌজন্যত অহা ৫ জুলাইৰ পৰা ১২ জুলাইলৈ সদৌ অসম ভিত্তিত একাদশ বার্ষিক গ্রীষ্মকালীন অভিনয়, নৃত্য আৰু সাহিত্য চর্চা কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কর্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা মৃদুল চুতীয়া, গুণাকৰ দেৱগোস্বামী, সত্যেন শর্মা, মৃণাল হালৈ, মনীষা শৰ্মা, ...

June 14, 2026 7:52 PM

views 17

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমৰ বিভিন্ন ঠাইত ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে অসমতো ভিন ভিন কার্যসূচী অনুষ্ঠিত হৈছে। ধেমাজি জিলাৰ ঘুগুহা দৌল প্রাংগণত বিজেপিৰ মাছখোৱা মণ্ডলৰ উদ্যোগত আজি এই উপলক্ষে স্বচ্ছতা কাৰ্যসূচী ৰূপায়ন কৰা হয়। কাৰ্যসূচীত চিচিবৰ গাঁৱৰ বিধায়ক জীবন গগৈ, জিলা বি...

June 14, 2026 7:44 PM

views 15

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ জিৰোলেণ্ডত ৯ জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ জিৰোলেণ্ডত বিগত প্রায় ১৪ ঘণ্টা ধৰি ৯ জন বাংলাদেশী নাগৰিক আবদ্ধ হৈ আছে। তেওঁলোকৰ মাজত দুগৰাকী মহিলা আৰু দুটি শিশু আছে বুলি আকাশবাণীৰ মানকাচৰৰ সংবাদদাতাই জনাইছে। বাংলাদেশী নাগৰিক কেইজন যোৱা ১০ জুনত দালালৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ পাছতে আৰক্ষ...

June 14, 2026 7:39 PM

views 20

বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেবী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ব ৰ...

June 14, 2026 7:28 PM

views 21

আগষ্টৰ প্ৰথম সপ্তাহৰপৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাবে লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্রকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, ডাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই সন্দৰ...

June 14, 2026 7:00 PM

views 17

গোৱালপাৰা জিলাৰ কুৰুৱাভাষাত আয়োজিত ফাৰকান্তি আৰু হামজাৰ নৃত্যৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ উদ্যোগত আৰু ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সাহায্যত গোৱালপাৰা জিলাৰ কুৰুৱাভাষা ৰাজহুৱা ভৱনত আয়োজিত ফাৰকান্তি আৰু হামজাৰ নৃত্যৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে...

June 14, 2026 6:49 PM

views 21

আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্রশাসনৰ বিশেষ উদ্যোগ গ্রহণ

আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্রশাসনে বিশেষ উদ্যোগ গ্রহণ কৰিছে। আনাৰস খেতিয়কসকলৰ বাবে বজাৰৰ উন্নত সুবিধা নিশ্চিত কৰাৰ লগতে খেতি ছপোৱাৰ পিছৰ লোকচান হ্রাস কৰাৰ উদ্দেশ্যে প্রশাসনে আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি আৰু শীতলীকৰণৰ সুবিধা সুলভ কৰি তোলাৰ ব্যৱস্থা লৈছে। জিলা ...

June 14, 2026 6:43 PM

views 18

NEPৰ অধীনত স্নাতক পাঠ্যক্রম ৪ বছৰীয়া হোৱাৰ পাছত শিক্ষার্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত পৰৱৰ্তী সময়ত স্নাতক পাঠ্যক্রম ৪ বছৰীয়া হোৱাৰ পাছত শিক্ষার্থীসকল কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম মহাবিদ্যালয় অধ্যক্ষ পৰিষদৰ এটা দলে এই বিষয়টো সন্দর্ভত আলোচনা কৰে। এই সন্দৰ্ভ...

June 14, 2026 6:35 PM

views 16

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লোকভৱনত সৌজন্যমূলক সাক্ষাৎ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যক লোকভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালগৰাকীক সকলো ক্ষেত্রতে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ড০ শৰ্মাই শ্রীআচাৰ্যৰ সৈতে ৰাজ্যখনৰ উন্নয়ন, জনকল্যানকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দৰ্ভত আ...

June 14, 2026 7:21 PM

views 34

বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্রী পিযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্রিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নির্দেশ দিয়া...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।