June 10, 2026 7:41 PM | Goalaghat

printer

গোলাঘাটত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাট জিলাৰ বোকাখাট নাট্য মন্দিৰত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি পুৱা সন্থাৰ কেন্দ্ৰীয় সভাপতি অভিজিত নাথে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে ।