এন ডি এ চৰকাৰৰ ১২ বছৰীয়া শাসন কালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সুঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ-আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আম্ৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে টেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ টাৰো উপস্থিত থাকে।
Assamese | June 11, 2026 9:54 PM | nda 12 years karbi anglong
এন ডি এ চৰকাৰৰ ১২ বছৰীয়া শাসন কালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সুঁৱৰি পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত প্ৰগতি পদযাত্ৰা