আন্তৰ্জাতিক সংবাদ

July 17, 2024 6:22 PM

views 46

ওমানৰ উপকূলৱৰ্তী অঞ্চলত তেল পৰিবাহী জাহাজ বুৰ যোৱাত ১৩গৰাকী ভাৰতীয়সহ ১৬গৰাকী নাৱিক সন্ধানহীন

ওমানৰ উপকূলৱৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত ১৩ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ ১৬ গৰাকী নাৱিকৰ কেউগৰাকীয়েই সন্ধানহীন হৈ আছে। যোৱা ১৫ জুলাইত সংঘটিত এই দুর্ঘটনাটোৰ বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কালি বাতৰি প্ৰকাশ কৰিছে। ওমানৰ সমুদ্রপথৰ সুৰক্ষা কেন্দ্ৰই প্ৰক...

July 17, 2024 6:16 PM

views 49

পেৰুত পথ দুৰ্ঘটনাত ২৬জন লোক নিহত, ১২জনতকৈও অধিক লোক আহত

পেৰুত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও ২৬ জন লোকে প্রাণ হেৰুওৱাৰ লগতে আন ১২ জনতকৈও অধিক লোক আহত হৈছে। এখন যাত্রীবাহী বাছ দক্ষিণ পেৰুৰ আয়াকুচ অঞ্চলৰ লছ লিবার্টাড’ৰ্ছ ঘাইপথৰ পৰা থিয় গৰাৰে প্ৰায় ২০০ মিটাৰ তললৈ সৰি পৰা এই দুর্ঘটনাটোত আহত বাছযাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসায়লৈ নিয়া হয়। প্রায় ৪০ গৰাক...

July 16, 2024 10:41 AM

views 87

ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত

■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত কৰা হৈছে। মিলৱাউকিত যোৱা নিশা ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটীৰ প্ৰতিনিধিসকলৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে মনোনীত করা হয়। এয়া হ'ল ২০১৬ বৰ্ষত নির্ব...

July 15, 2024 6:50 PM

views 85

ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ’বলৈ ডনাল্ড ট্রাম্পৰ আহ্বান

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু তেওঁৰ ৰিপাব্লিকান প্রতিদ্বন্দ্বী ডনাল্ড ট্রাম্পে ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে। পেনচিলভেনিয়াত হত্যাৰ প্ৰচেষ্টাৰ পৰা হাত সৰা ট্রাম্পে কয় যে, ৰিপাব্লিকান ৰাষ্ট্ৰীয় অধিবেশনৰ ভাষণত তেওঁ ৰাষ্ট্ৰপতি বাইডেনক সমালোচনা কৰাতকৈ ৰাষ্ট...

July 15, 2024 10:26 AM

views 64

ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ

● আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্রুটি সমূহ বিচাৰ কৰা হ'ব। হোৱাইট হাউছৰ পৰা ভাষণ দি ৰাষ্ট্ৰপতি বাইডেনে কয় যে ড'নাল্ড ট্রাম্পৰ সমাৱেশত ৰাষ্ট্ৰীয় নিৰ...

July 14, 2024 8:36 PM

views 69

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক আক্ৰমণৰ ঘটনাক বিশ্বৰ নেতাসকলৰ গৰিহণা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত কৰা আক্ৰমণৰ ঘটনাক সমগ্ৰ বিশ্বৰ নেতাসকলে গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু-আৰোগ্য কামনা কৰে। আমেৰিকাৰ উপ-ৰাষ্ট্...

July 14, 2024 8:25 PM

views 83

ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছেঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত বিদেশত বাস কৰা ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছে। মস্কোত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে, দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলে বিশেষ ভূমিকা ল'ব পাৰে। ৰাছিয়াত ব...

July 14, 2024 6:41 PM

views 58

বন্দুকধাৰীৰ গুলীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প আহত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত হোৱা গুলিচালনাত আহত হয়। গুলিচালনাৰ পাছতে সুৰক্ষা কৰ্মীয়ে ততালিকে ব্যৱস্থা গ্রহণ কৰি এজন বন্দুকধাৰীক গুলিয়াই নিহত কৰে। এই ঘটনাত অন্য এজন ব্যক্তি নিহত হয় আৰু এজন আহত হয়। ঘটনাৰ সময়ত ট্রাম্প মঞ্চৰ পৰা ব...

July 14, 2024 12:30 PM

views 48

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান  অবৈধ বিবাহ গোচৰত দোষমুক্ত

পাকিস্তানৰ ৰাজধানী ইছলামাদৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ গোচৰত দোষমুক্ত ঘোষণা কৰিছে। আদালতখনে শ্রীখানৰ বিৰুদ্ধে থকা অনা ইছলামীয় বিবাহ সম্পৰ্কীয় অভিযোগ খাৰিজ কৰিছে। ইমৰান খানৰ বিবাহৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰ...

July 13, 2024 8:55 PM

views 55

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত ঘোষণা

পাকিস্তানৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত বুলি ঘোষণা কৰিছে। ফেব্ৰুৱাৰীত পাকিস্তানৰ নিৰ্বাচনৰ কিছুদিন পূর্বে শ্ৰী খান আৰু তেওঁৰ পত্নী বুছৰা খানক অবৈধ বিবাহৰ অভিযোগত সাত বছৰ কাৰাদণ্ড বিহিছিল। সেই সময়ত আদালতে বুছৰা খানে পূৰ্বৰ বিবাহৰ...