আন্তৰ্জাতিক সংবাদ

July 25, 2024 10:51 AM

views 24

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে উভয় দেশৰ সৰ্বাত্মক কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ অগ্ৰাধিকাৰসমূহৰ শলাগ লয়। তেওঁ কয় যে ভাৰত এই বন্ধুত্বপূৰ্ণ সম্পৰ...

July 24, 2024 10:15 AM

views 36

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ দুটা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি পাইছে। ঘটনাৰ পাছৰে পৰা ভালেমান লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে দেওবাৰে নিশা দক্ষিণ ইথিওপিয়াৰ গেজে গোফা জিলাত হোৱা ভূমিস্খলনৰ বাবে ভালেসংখ্যক লোক...

July 23, 2024 10:32 AM

views 49

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত ১৪ জন লোকৰ মৃত্যু

চীনৰ দক্ষিণ-পশ্চিম প্রান্তৰ ছিচুৱান প্ৰদেশত আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পাইছে। স্থানীয় কৰ্তৃপক্ষই কালি সন্ধিয়া প্ৰকাশ কৰা অনুসৰি এইপর্যন্ত ১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ২৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। এই লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে। য...

July 23, 2024 10:29 AM

views 54

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ বিৰোধী দলসমূহক দোষাৰোপ

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই শেহতীয়াকৈ চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত দেশজুৰি হোৱা প্ৰতিবাদ তথা ভয়াৱহ হিংসাৰ বাবে বিৰোধী দলসমূহক দোষাৰোপ কৰিছে। দেশখনৰ ৰাজধানী ঢাকাত ব্যৱসায় খণ্ডৰ নেতাসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি উন্নত হ'লেই সান্ধ্য আইন উঠাই লো...

July 22, 2024 12:07 PM

views 46

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ৪,৫০০ৰো অধিক ভাৰতীয় শিক্ষার্থী দেশলৈ প্ৰত্যাৱৰ্তন

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে বৰ্তমানলৈকে ৪,৫০০ৰো অধিক ভাৰতীয় শিক্ষার্থী দেশলৈ ওভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্তই ভাৰতীয় লোকসকলক সীমান্ত অঞ্চললৈকে নিৰাপদে যাত্ৰা কৰাৰ ব্যৱস্থা কৰিছে। মন্ত্রালয়ে লগতে উল্লেখ কৰিছে যে, নেপালৰ ৫০০ গৰাকী আৰু ...

July 22, 2024 11:56 AM

views 65

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইদেনে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা নিশা সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমযোগে তেওঁ লগতে কয় যে, ৰাষ্ট্ৰপতি হিচাপে দেশক বিগত সময়ছোৱাত সেৱা আগবঢ়াব পৰাটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান। তেওঁ লগতে...

July 21, 2024 8:35 PM

views 67

নেপালৰ কে পি শৰ্মা অ’লি চৰকাৰ আস্থাৰ ভোটত জয়ী

নেপালৰ কে পি শৰ্মা অ'লি চৰকাৰে দেশখনৰ নিম্ন সদন প্রতিনিধি সভাত দুই-তৃতীয়াংশ আস্থাৰ ভোট  লাভ কৰি জয়ী হয়। নিম্ন সদনৰ প্ৰতিনিধি সভাৰ মুঠ ২৬৩ সদস্যৰ মাজৰ উপস্থিত থকা ১৮৮ গৰাকী সদস্য ই চৰকাৰৰ সপক্ষে ভোট দিয়ে। উল্লেখ্য যে নেপালৰ সংবিধান অনুসৰি নৱনিযুক্ত প্রধানমন্ত্ৰীয়ে নিযুক্তিৰ ৩০ দিনৰ ভিতৰত সংসদত আস্থ...

July 21, 2024 8:19 PM

views 67

বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ চৰকাৰী চাকৰিত থকা অধিকাংশ সংৰক্ষণ বাতিলৰ নিৰ্দেশ

বাংলাদেশ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিত থকা অধিকাংশ সংৰক্ষণ বাতিল কৰে। উল্লেখযোগ্য যে, সংৰক্ষণ বিষয়ক লৈ আৰক্ষী আৰু বিশ্ব বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত দেশজুৰি হোৱা সংঘৰ্ষত ১০০ গৰাকীতকৈ অধিক লোক নিহত হয়। দেশখনৰ উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ অনুযায়ী এতিয়াৰ পৰা ১৯৭১ চনৰ যুদ্ধৰ সৈনিকসকলৰ সম্পৰ...

July 21, 2024 7:01 PM

views 50

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতনি যাত্রা অব্যাহত আছে। বাংলাদেশৰ ঢাকা, মানিকগঞ্জ, বগুৰাকে ধৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ধুবুৰী জিলাৰ ছাত্ৰ-ছাত্ৰীসকলো সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছে। আজিলৈকে ধুবুৰী আৰু গৌৰীপুৰত মুঠ ছজন ছাত্ৰ-ছা...

July 21, 2024 6:42 PM

views 51

লাওচৰ চাইবাৰ স্কেমিং কেন্দ্ৰৰ পৰা মুঠ ৫১৮ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ

লাওচৰ ভাৰতীয় দূতাবাসে লাওচৰ চাইবাৰ স্কেমিং কেন্দ্ৰৰ পৰা ১৩ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি তেওঁলোকক সুৰক্ষিতভাৱে ভাৰতলৈ পঠিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। লাওচত এনে প্ৰৱঞ্চনা চক্ৰৰ কবলৰ পৰা এতিয়ালৈকে মুঠ ৫১৮ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে বুলি লাওচৰ ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰকাশ কৰিছে...