আন্তৰ্জাতিক সংবাদ

August 18, 2024 8:29 PM

views 59

নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবা পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত

নেপালৰ বৈদেশিক মন্ত্ৰী ড০ আর্জু ৰাণা দেউবাই আজি আবেলি পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ কাইলৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু  নেপালৰ মাজত নিয়মীয়া উচ...

August 18, 2024 8:20 PM

views 63

বাংলাদেশ চৰকাৰৰ মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত

বাংলাদেশ চৰকাৰে মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনে এই সিদ্ধান্ত গ্রহণ কৰিছে। বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহ জালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এনে যাত্ৰীসকলৰ শৰীৰৰ ...

August 18, 2024 6:56 PM

views 62

থাইলেণ্ডৰ নৱনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ সদ্যনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমক এক পোষ্ট যোগে প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সফল কার্যকলাৰ কামনা কৰিছে। শ্রীমোদীয়ে লগতে কয় যে, ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ত...

August 18, 2024 6:50 PM

views 65

কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভলৈ আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন

আজি আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন গাজাত যুদ্ধ বিৰতিৰ পৰিপ্ৰেক্ষিতত ৱাছিংটনৰ কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভত উপস্থিত হব। যোৱা বছৰ অক্টোবৰ মাহত হামাছৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰাৰ পছত তেওঁৰ এইটো নৱম পশ্চিম এছিয়া ভ্ৰমণ। আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে কায়ৰোত অব্যাহত ...

August 18, 2024 11:45 AM

views 56

৫ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব নেপালৰ বিদেশ মন্ত্ৰী ড০ আজু ৰানা দেউবা

নেপালৰ বিদেশ মন্ত্ৰী ড০ আজু ৰানা দেউবা ভাৰতৰ বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে ৫ দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ'ব। বিদেশ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে ভাৰত আৰু নেপালৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ নিয়মীয়া বিনিময় কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ড০ দেউবা এই ভ্রমণলৈ আহিব। মন্ত্ৰ্যালয়ে ...

August 18, 2024 11:38 AM

views 80

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহববুৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পনৰ অনুমতি প্ৰদান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে ২০০৮ চনৰ ২৬ নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহববুৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পনৰ অনুমতি প্ৰদান কৰিছে। কেলিফর্নিয়াৰ আদালতে ভাৰত-আমেৰিকা প্ৰত্যর্পন চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ প্ৰেৰণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ভাৰতে ১৬০ গৰাকী ব্যক্তিৰ প্ৰাণ কাঢ...

August 18, 2024 11:25 AM

views 56

কুৱেইটলৈ যাব বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰ আজি চৰকাৰী ভ্ৰমণসূচীলৈ কুৱেইটলৈ যাব। ভ্রমণকালত ড০ জয়শংকৰে কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুল্লা আলী-অল-য়াহ্যাক সাক্ষাৎ কৰিব। তেওঁ লগতে কুৱেইটৰ নেতৃত্বৰ্গকো সাক্ষাৎ কৰিব। ড০ জয়শংকৰৰ এই ভ্রমণে দুয়োপক্ষক ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, সুৰক্ষা, সংস্কৃতি, দূতাবাস আৰু জনসম্পর্...

August 17, 2024 6:06 PM

views 56

বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাৰ শপতগ্ৰহণ

বাংলাদেশত কালি অন্তৱৰ্তীকালীন চৰকাৰৰ আৰু চাৰিজন উপদেষ্টাই শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে ঢাকাৰ বংগ ভৱনৰ দৰবাৰ হলত তেওঁলোকক শপতবাক্য পাঠ কৰোৱায়। অন্তৱৰ্তীকালীন চৰকাৰী মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনিছৰ লগতে অন্যান্য উপদেষ্টাৰ উপস্থিতিত নতুন উপদেষ্টাসকলে শপতগ্রহণ কৰে ৷ এই উপলক্ষে তিনি...

August 17, 2024 11:02 AM

views 66

গাজাৰ যুদ্ধবিৰতি সন্দৰ্ভত ডোহাত অনুষ্ঠিত শেহতীয়া আলোচনাত অগ্ৰগতি অবিহনে সামৰণি

গাজাৰ যুদ্ধবিৰতি সন্দৰ্ভত ডোহাত অনুষ্ঠিত শেহতীয়া আলোচনা কোনো অগ্রগতি নোহোৱাকৈ অন্ত পৰিছে। কাটাৰ, আমেৰিকা আৰু ইজিপ্তে যৌথ বিবৃতিযোগে কৈছে যে ৱাশ্বিংটনে যোৱা সপ্তাহত চুক্তিৰ ওপৰত আধাৰিত নতুন প্ৰস্তাৱ দাখিল কৰিছে। যৌথ বিবৃতিটোত কোৱা হৈছে যে ডোহাত যুদ্ধবিৰতি সম্পৰ্কীয় আলোচনা গুৰুতৰ আৰু গঠনমূলক আছিল। ল...

August 13, 2024 3:20 PM

views 80

দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়ঃ মহম্মদ তৌহিদ হুছেইন

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কৈছে যে দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিপাক্ষিক সম্পর্ক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ই পৰস্পৰ স্বাৰ্থৰ ওপৰত আধ...