আন্তৰ্জাতিক সংবাদ

September 1, 2024 12:45 PM

views 79

মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ জয়ছোৱালে কয় যে, প্রধানমন্ত্রী মোদী ব্রুনেইৰ চুলতান হাজী হছনল বোলকিয়াৰ আমন্ত্ৰম মৰ্মে ৩ ছেপ্তেম্বৰত ব্রুনেৰ ডাৰুচ্ছ...

August 31, 2024 8:53 PM

views 61

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে

লাঅ’চস্থিত ভাৰতীয় দূতাবাসে বোকেঅ’ প্ৰদেশৰ গোল্ডেন ট্রায়েংগল বিশেষ অর্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ ৪৭ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাঅ'চ কর্তৃপক্ষই বিশেষ অর্থনৈতিক ক্ষেত্ৰত অবৈধ কাম-কাজৰ বিৰুদ্ধে অভিযান চলাই ২৯ গৰাকী লোকক চমজাই দিয়া বুলি প...

August 29, 2024 8:48 PM

views 83

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল দুদিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত হৈছে। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি শ্ৰী দোভালে কলম্বো সুৰক্ষা সন্মিলনৰ আলাপ-আলোচনাৰ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ ত্ৰিপাক্ষিক প্ৰচেষ্টাৰ ফলস্বৰূপে আঞ্চলিক উদ্যমৰূপে কলম্বো সুৰক্ষা সন্মিলন আৰম্ভ ...

August 29, 2024 7:07 PM

views 48

শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰতৰ প্রথম ধনৰাশি আদায়

ভাৰতে শ্রীলংকাৰ উত্তৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইব্রীড বিদ্যুৎ প্ৰকল্পৰ বাবে প্রথম ধনৰাশি আদায় দিছে। শ্রীলংকাত ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই শ্ৰীলংকাৰ শক্তিমন্ত্ৰী ড০ সুলক্ষনা জয়বর্ধনা আৰু দেশখনৰ বহনক্ষম শক্তি প্ৰাধিকৰণৰ অধ্যক্ষ ৰঞ্জিত ছেপালাক এই ধনৰাশি প্ৰদান কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত ২০২২ চন...

August 29, 2024 11:48 AM

views 68

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫লৈ বৃদ্ধি

বাংলাদেশৰ ক্ষমতাচ্যুত শ্বেইখ হাছিনা, তেওঁৰ মন্ত্ৰীসভাৰ প্ৰাক্তন সদস্য আৰু সহযোগীসকলৰ বিৰুদ্ধে আৰু চাৰিটা গোচৰ ৰুজু কৰা হৈছে। ইয়াকে লৈ শ্বেইখ হাছিনাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। ঢাকাৰ এখন দৈনিক বাতৰি কাকতে প্ৰকাশ কৰা মতে ৭৬ বছৰীয়া শ্বেইখ হাছিনা সম্প্ৰতি ৭৫টা গোচৰৰ সন্মুখীন হৈ...

August 27, 2024 6:30 PM

views 74

ডনাল্ড ট্রাম্পলৈ সমৰ্থন ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবাৰ্ডৰ

ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবার্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আসন্ন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডনাল্ড ট্রাম্পলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইৰাকত সামৰিক সেৱা আগবঢ়োৱা গাবার্ডে ২০২০ চনত ডেম'ক্রেটিক দলৰ ৰাষ্ট্ৰপতিৰ প্রার্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছিল আৰু দুবছৰ পাছত দল ত্যাগ ...

August 27, 2024 5:57 PM

views 68

ঢাকাত ৩৭৮ জন আনচাৰ জোৱানক জে’ললৈ প্ৰেৰণ

দেওবাৰে নিশা ঢাকাৰ কেন্দ্ৰীয় সচিবালয়ৰ সন্মুখত আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ পাছত বাংলাদেশৰ ঢাকা আদালতে সোমবাৰে ৩৭৮ জন আনচাৰ জোৱান আৰু ছাত্ৰ-ছাত্ৰীক জে'ললৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে জনোৱা মতে, নাম উল্লেখিত ৪৩৭ আৰু নাম উল্লেখ নথকা ১১ হাজাৰ ১০০ জনক চাৰিটা গোচৰত অভিযুক্ত কৰা হৈছে। ইয়াৰ ...

August 27, 2024 5:55 PM

views 125

পাকিস্তানৰ হিংসাত্মক ঘটনাত ৭০ জনৰো অধিক লোকৰ প্ৰাণহানি

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত হিংসাত্মক ঘটনাত ৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। প্রাপ্ত বাতৰি মতে, লাচবেলা জিলাৰ বেলাৰ এটা ঘাইপথত বাহনক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত ১৪ গৰাকী সৈনিক আৰু আৰক্ষী কৰ্মীৰ লগতে ২১ জন সন্ত্রাসবাদী নিহত হৈছে। ইপিনে, অন্য এটা ঘটনাক্ৰমত মুছাখেল জিলাত সশস্ত্র লোকৰ এটা দল...

August 26, 2024 11:34 AM

views 78

দ্বীপ ৰাষ্ট্র কিংডম অব টাংগালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

লেটিন আমেৰিকাৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এইবাৰ কাইলৈ নতুন দিল্লীৰ পৰা পূবৰ দ্বীপ ৰাষ্ট্র কিংডম অব টাংগালৈ ৰাওনা হ'ব। এই ভ্রমণকালত সাংসদগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনতো ভাষণ দিব। উল্লেখ্...

August 26, 2024 11:04 AM

views 69

বাংলাদেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া জনসাধাৰণে নিৰ্ধাৰণ কৰিবঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মূৰববী প্ৰফেচাৰ মহম্মদ ইউনুছে কৈছে যে, সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো হৈছে এটা ৰাজনৈতিক সিদ্ধান্ত আৰু এই অন্তৱৰ্তীকালীন চৰকাৰখন কিমান দিনলৈ শাসনত থাকিব সেয়া বাংলাদেশৰ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। বাংলাদেশ টেলিভিছনৰ জৰিয়তে দেশক সম্বোধন কৰি মহম্মদ ইউনুছে এইদৰে কয়।...