July 21, 2024 12:38 PM
53
বিদেশী প’র্টফলিঅ’ বিনিয়োগৰাকীসকলে ইকুইটি আৰু ঋণ বজাৰত প্ৰায় ৪৪,৩৪৪ কোটি টকা বিনিয়োগ
বিদেশী প'র্টফলিঅ' বিনিয়োগৰাকীসকলে এই মাহত বৰ্তমানলৈকে ইকুইটি আৰু ঋণ বজাৰত প্ৰায় ৪৪,৩৪৪ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ ভিতৰত ৩০,৭৭১ কোটি টকা ইকুইটি বজাৰত আৰু ১৩,৫৭৩ টকা ঋণ বজাৰত বিনিয়োগ কৰা হৈছে। যান-বাহন, মূলধনী সামগ্রী, স্বাস্থ্যসেৱা, তথ্য প্রযুক্তি, দূৰ সংযোগ তথা তেল আৰু গেছ খণ্ডত সৰ্বাধিক বিনি...