খেল

December 29, 2025 12:12 PM

views 56

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ হিউ মৰিছৰ ৬২ বছৰ বয়সত দেহাৱসান

ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ হিউ মৰিছৰ কালি ৬২ বছৰ বয়সত দেহাৱসান ঘটে। ২০২২ চনৰ পৰা তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। ইংলেণ্ডৰ প্ৰসিদ্ধ ক্ৰিকেটাৰগৰাকীয়ে ১৯৯১ চনত তিনিখনকৈ টেষ্ট ক্রিকেটত জয়লাভ কৰিছিল আৰু দক্ষিণ আফ্রিকা, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকা ভ্ৰমণত ইংলেণ্ড এ-দলক নেতৃত্ব দিছিল। তেওঁ লগতে ইংলেণ্ড ...

December 28, 2025 9:59 PM

views 48

বিজয়ৱাড়াত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ঋত্বিক সঞ্জীৱি এছ বিজয়ী

বিজয়ৱাড়াত অনুষ্ঠিত ৮৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত আজি ঋত্বিক সঞ্জীৱি এছ বিজয়ী হৈছে। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ বি. ৰাঘৱক ২১-১৬, ২২-২০ পোনপটীয়া গেমত পৰাস্ত কৰে। ঋত্বিকে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শীর্ষ বাছনি কিৰণ জৰ্জ ২১-১৬, ১৭-২১ আৰু ২২-২০ গেমত পৰাস্ত কৰি ফাইন...

December 28, 2025 8:50 PM

views 44

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ এখন খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লত অসমৰ জয়

অস্মিতা পূব মণ্ডল হকী লীগৰ জুনিয়ৰ শাখাৰ আজি অনুষ্ঠিত এখন খেলত অসমে-ত্ৰিপুৰাৰ বিৰুদ্ধে ১৯-০ গ’লৰ ব্যৱধানত জয় লাভ কৰে। গুৱাহাটী মহানগৰীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত জয়েৰে অসমে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হৈছে। উল্লেখযোগ্য যে প্রথমখন খেলত অসম-বিহাৰৰ হাতত পৰাস্ত ...

December 28, 2025 10:55 AM

views 85

বিচিচিআইয়ে পুৰুষৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বিচিচিআইয়ে ১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ জিম্বাব'ৱে আৰু নামিবিয়াত হ'বলগীয়া পুৰুষৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে । সেই অনুসৰি আয়ুষ মহাত্ৰেক অধিনায়ক আৰু ৱিহান মালহোত্ৰাক উপঅধিনায়কৰ দায়িত্ব অৰ্পন কৰা হৈছে। বৈভৱ সূৰ্যব...

December 27, 2025 8:02 PM

views 42

কাইলৈ তিৰুৱনন্তপুৰমত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰতে তৃতীয়খন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰিছিল। পাঁচখনীয়া টী-২০ প্রতিযোগিতাত ভাৰতে ইতিমধ্যে ৩-০ৰ অগ্ৰগতিৰে শৃংখলা হস্তগত কৰিছে।

December 27, 2025 7:46 PM

views 69

১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাত ৩ গৰাকী গ্ৰেণ্ড মাষ্টাৰক পৰাস্ত কৰে

১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা সুন্দৰ প্ৰদৰ্শনেৰে তিনিগৰাকী গ্ৰেণ্ড মাষ্টাৰ আলেকজেণ্ডাৰ ইন্দজিক, অৰবিন্দ চিদাম্বৰম আৰু টেইমুৰ ৰাদজাবভক পৰাস্ত কৰে। গৌতমে অন্য দুজন খৈলুৱৈৰ বিৰুদ্ধে ডু খেলে আৰু প্ৰতিযোগিতাৰ প্ৰথম দিনা অপৰাজেয় হৈ ৰয়। খেলুৱৈ...

December 27, 2025 7:44 PM

views 56

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ- জম্মু মাৰাথন-২০২৫ আয়োজন

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ-জম্মু মাৰাথন-২০২৫ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা, স্বাস্থ্যকৰ জীৱন-যাপন আৰু সামূহিক অংশগ্রহণ বৃদ্ধিৰ উদ্দেশ্যেই ইয়াৰ আয়োজন কৰা হৈছে। অধিক লোকৰ অংশগ্ৰহণৰ লক্ষ্যৰে একতাৰ দৌৰত ১০টা বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি পুৰুষ,মহিলা...

December 27, 2025 12:32 PM

views 51

শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ টি-২০ শৃংখলা দখল

ক্রমাগত তৃতীয়খন খেলতো জয়লাভ কৰি ভাৰতৰ মহিলা ক্রিকেট দলে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল কৰাটো সুনিশ্চিত কৰিছে। পাঁচখনীয়া শৃংখলাৰ কালি তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় খেলখনত ভাৰতে ৮ উইকেটত জয়লাভ কৰে। ইয়াৰ পূৰ্বৰ খেল দুখনত ভাৰত ক্ৰমে ৮ আৰু ৭ উইকেটত জয়ী হৈছি...

December 26, 2025 9:10 PM

views 67

শিৱসাগৰ দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে

শিৱসাগৰ জিলাৰ ক্ৰীড়া আৰু সামাজিক অনুষ্ঠান গ্রীফনৰ উদ্যোগত আৰু জিলা ক্রীড়া সন্থাৰ সহযোগত দৰবাৰ খেলপথাৰত কালিৰে পৰা পূব মণ্ডল দিবা-নৈশ মহিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাত পশ্চিম বংগ, ত্ৰিপুৰাকে ধৰি মুঠ ৯টা দলে অংশগ্ৰহণ কৰিছে। জিলা আয়ুক্ত পৱিত্ৰ কুমাৰ দাসে এই প্রতিযোগিতাৰ শুভ উদ...

December 26, 2025 8:46 PM

views 64

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ

তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ হৈছে। ভাৰতে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত হৈছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে শ্রীলংকাই ২ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৪ ৰাণ সংগ্ৰহ কৰিছে। আয়োজক দেশ ভাৰতে পাঁ...