June 21, 2026 7:48 PM
30
মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰত চূড়ান্ত বিজয়ী
নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। আজি অকলেণ্ডত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেল খেলত আয়োজন দেশ নিউজিলেণ্ডক ভাৰতে ২-০ গ'লত পৰাস্ত কৰি দ্বিতীয়টো FIH নেচন কাপ দখল কৰে। এই জয়েৰে ভাৰতে FIH মহিলা প্রো-লীগলৈ উন্নীত হোৱাটো নিশ্চিত কৰিছে। খেলৰ প্ৰথম...