আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ইংলেণ্ডত চলি থকা আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি মানচেষ্টাৰত হ’বলগীয়া খেলত ভাৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৭বজাত আৰম্ভ হ’ব।

উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলে প্রথম দুখন খেলত জয়েৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।